অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৫ ছেপ্টেম্বৰ

১৮৩০ - আনুষ্ঠানিক ভাৱে ৰে'ল যুগৰ আৰম্ভণিৰ কথা ঘোষণা, জৰ্জ ষ্টিফেনছনে নিৰ্মাণ কৰা ৰকেট নামৰ ইঞ্জিনটোৱে টনা ভাপচালিত ৰে'লগাড়ীৰ চলাচল আৰম্ভ আৰু পথ পৰিবহণৰ ইতিহাসত এটা নতুন যুগৰ সূচনা। ১৯১৬ - প্ৰথম বিশ্বযুদ্ধৰ 'ফ্লেৰ্চ-কৰ্চেলেটৰ যুদ্ধত' যুদ্ধত প্ৰথম বাৰৰ বাবে ব্ৰিটিছ সেনাৰ দ্বাৰা টেংকৰ ব্যৱহাৰ।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৩ ৩১৫ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

উল্লেখযোগ্য ঘটনা

  • ১৮৩০ - আনুষ্ঠানিক ভাৱে ৰে'ল যুগৰ আৰম্ভণিৰ কথা ঘোষণা, জৰ্জ ষ্টিফেনছনে নিৰ্মাণ কৰা ৰকেট নামৰ ইঞ্জিনটোৱে টনা ভাপচালিত ৰে'লগাড়ীৰ চলাচল আৰম্ভ আৰু পথ পৰিবহণৰ ইতিহাসত এটা নতুন যুগৰ সূচনা।
  • ১৯১৬ - প্ৰথম বিশ্বযুদ্ধৰ 'ফ্লেৰ্চ-কৰ্চেলেটৰ যুদ্ধত' যুদ্ধত প্ৰথম বাৰৰ বাবে ব্ৰিটিছ সেনাৰ দ্বাৰা টেংকৰ ব্যৱহাৰ।
  • ১৯৫৩ - এছ বিজয়লক্ষ্মী পণ্ডিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অষ্টম সভাপতি আৰু প্ৰথম মহিলা সভাপতি হয়।
  • ১৯৫৯ - ভাৰতৰ দিল্লীত পোন প্ৰথমবাৰৰ বাবে দূৰদৰ্শনৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ।
  • ১৯৮৯ - ব্ৰৰছন মেটকাফ নামৰ ধূমকেতু এটাৰ সূৰ্যৰ পৰা ৮৬০ লাখ কিঃমিঃ দূৰত অৱস্থান।
  • ২০০১ - আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংসৰ মূল নায়ক ৰূপে অভিযুক্ত ওছামা বিন লাডেন, তালিবান শাসিত আফগানিস্তানত আমেৰিকাই যুদ্ধ ঘোষণা।
  • ২০০৮ - ভাৰতীয় ব্যংগ সংবাদ বা প্ৰহসনমূলক সংবাদৰ ৱেবছাইট ফেকিং নিউজ আৰম্ভ।

জন্ম

মৃত্যু

  • ১৮৫৯ - ইছামবাৰ্ড কিংডম ব্ৰুনেল, ইংৰাজ অভিযন্তা, উদ্যোগ বিপ্লৱৰ অন্য়তম বাটকটীয়া সকলৰ এজন।
  • ১৮৬৪ - জন হেনিং স্পেক (John Hanning Speke), ভাৰত আৰু আফ্ৰিকাৰ ইংৰাজ সেনা বিষয়া আৰু অভিয়াত্ৰী। নীল নদীৰ উৎস আৱিষ্কাৰ কৰোঁতা।
  • ১৯০১ - হেৰী কেলডাৰ, দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ।
  • ২০১৪ - নিকোলাছ ৰ'মানভ, ৰাছিয়াৰ ৰাজকুমাৰ।

দিৱস

  • অভিযন্তা দিৱস। (ভাৰত)
  • সঞ্চয়িকা দিৱস।
  • গণতন্ত্ৰ দিৱস। (ৰাছিয়া)
  • আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস। (আন্তঃৰাষ্ট্ৰীয়)
  • বিশ্ব লিম্ফ'মা সজাগতা দিৱস। (আন্তঃৰাষ্ট্ৰীয়)

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

ছেপ্টেম্বৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৫ ছেপ্টেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৭৮৫৮২ (১৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।