'''উইলিয়াম বাট্লাৰ ইয়েটচ্ ''' (WILLIAM BUTLER YEATS) হৈছে এগৰাকী আইৰিছ কবি, নাট্যকাৰ, গদ্য লেখক৷
জন্ম আৰু বংশ পৰিচয়
১৮৬৫ চনৰ ১৩ জুন তাৰিখে আয়াৰলেণ্ডৰ ডুবলিনত উইলিয়াম বাট্লাৰ ইয়েটচৰ জন্ম হয়৷১ তেওঁৰ দেউতাকৰ নাম জন বাটলাৰ ইয়েটছ (১৮৩৯-১৯২২)৷
সাহিত্যৰাজি
কাব্যগ্ৰন্থ
- দ্য ক্ৰছৱেজ(১৮৮৯)
- দ্য ৰোজ(১৮৯৩)
- দ্য টাৱাৰ(১৯২৮)
- দ্য ৱিণ্ডিং ষ্টেয়াৰ এণ্ড আদাৰ পয়েম(১৯৩৩)
- দ্য ৱিণ্ড এমং দ্য ৰিডছ
- দ্য গ্ৰীণ হেলমেট এণ্ড আদাৰ পোয়েমছ
- মাইকেল ৰবাৰ্টছ এণ্ড দ্য ডান্সাৰ
- ৱৰ্ডছ ফৰ মিউজিক পাৰসেপচ্
নাটক
- দ্য ড্ৰীমিং অৱ দ্য বোনচ (১৯১৭)২
- মাইকেল, ৰবাৰ্ট এণ্ড দ্য ডান্সাৰ (২৯২০)
- ড্ৰামাটিচ পাৰ্চনেক (১৯৩৬)
- দ্য লেটাৰচ (১৯৫৪)
বঁটা আৰু সন্মান
- ১৯২৩ চনত ইয়েটচে সাহিত্যৰ নোবেল বঁটা লাভ কৰে৷৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উইলিয়াম বাট্লাৰ ইয়েটচ্” প্ৰবন্ধৰ সংশোধন ২৯৭৩৭২ (১৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।