অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১২ মে'

১৯৬৫ - বাংলাদেশত হোৱা ঘূৰ্ণিবতাহত ১৭ হাজাৰ লোকৰ প্ৰাণহানি ঘটে। ১৮৮২ - ছবিলাল উপাধ্যায়, ভাৰতীয় ৰাজনীতিবিদ। ১৮৮৭ - শৰৎচন্দ্ৰ গোস্বামী (১৮৮৭-১৯৪৪) অসমৰ এজন শিক্ষাবিদ, সাহিত্যিক, গৱেষক আৰু সুসংগঠক আছিল। ১৮২০ - ফ্লোৰেন্স নাইটিংগেল, আধুনিক নাৰ্চিং সেৱাৰ অগ্ৰদূত, লেখিকা আৰু পৰিসংখ্যানবিদ।

হালনাগাদ: ১৭ জুলাই ২০২৬ ২০৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৯৬৫ - বাংলাদেশত হোৱা ঘূৰ্ণিবতাহত ১৭ হাজাৰ লোকৰ প্ৰাণহানি ঘটে।

জন্ম

মৃত্যু

  • ১৯৮৫ - বি. বিজয়ালক্ষ্মী, ভাৰতীয় পদাৰ্থ বিজ্ঞানী।
  • ১৯৯৯ - কলামণ্ডলাম কল্যাণীকুট্টি আম্মা, ভাৰতীয় নৃত্যশিল্পী।
  • ২০১৫ - সুচিত্ৰা ভট্টাচাৰ্য, ভাৰতীয় ঔপন্যাসিক।
  • ২০২১ - হোমেন বৰগোহাঞি, অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়। ২০০১ আৰু ২০০২ চনৰ অসম সাহিত্য সভাৰ ক্ৰমে ডিব্ৰুগড় আৰু কলগাছিয়াৰ অধিৱেশনত সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। (জন্ম: ৭ ডিচেম্বৰ, ১৯৩২)
  • ২০২৪ - ড° পদ্মেশ্বৰ গগৈ, উদ্ভিদ বিজ্ঞানী, লোক-সংস্কৃতিৰ গৱেষক পণ্ডিত। সুগন্ধি আৰু ঔষধি গছৰ ওপৰত গৱেষণা চলাইছিল তেওঁ ৷ ড° পদ্মেশ্বৰ গগৈয়ে নামবৰ অভয়াৰণ্য আৰু দেওপাহাৰ বনাঞ্চলৰ গছ-গছনিৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰি আৱিস্কাৰ নোহোৱা বহু গছ-গছনিৰ নামকৰণ কৰি থৈ গৈছে ৷ নামবৰ বনাঞ্চলৰ ঢেঁকীয়াৰ ওপৰতো তেখেতৰ তত্বাৱধানতে গৱেষণা আৰম্ভ হৈছিল আৰু নামবৰ বনাঞ্চলৰ এবিধ নতুন প্ৰজাতিৰ ঢেঁকীয়াক উদ্ভিদবিদ ড° পদ্মেশ্বৰ গগৈৰ নামত 'Thelypteris gogoii' নামেৰে নামকৰণ কৰা হৈছে ৷ জন্ম ১৯৪৬ চনত গোলাঘাট জিলাৰ বগৰীজেং গাঁৱত।

দিৱস

বাহ্যিক সংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১২ মে'” প্ৰবন্ধৰ সংশোধন ৬১৭৭৮৪ (১৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।