অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

হেক প্ৰগ্ৰামিং লেংগুৱেজ

হেক ফেচবুকৰ হিপ-হপ ভাৰ্চুৱেল যন্ত্ৰৰ বাবে নিৰ্মিত পিএইচপিৰ এক উপভাষা। ভাষাটো বি-এচ-ডি লাইচেঞ্চৰ তলত খোলা উৎসৰ। হেকে ব্যৱহাৰকাৰীক প্ৰগতিশীল আৰু স্থায়ী, দুয়ো প্ৰকাৰৰ লিখনেই ব্যৱহাৰ কৰিবলৈ দিয়া। এনে ধৰণৰ লিখন পদ্ধতিক গ্ৰেজুৱেল টাইপিং বোলে আৰু এক্সনস্ক্ৰিপ্টৰ দৰে প্ৰগ্ৰামিং ভাষাটো ইয়াৰ ব্যৱহাৰ হৈছে।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

হেক ফেইচবুকৰ হিপ-হপ ভাৰ্চুৱেল যন্ত্ৰৰ বাবে নিৰ্মিত পিএইচপিৰ এক উপভাষা। ভাষাটো বি-এচ-ডি লাইচেঞ্চৰ তলত খোলা উৎসৰ।১২৩

হেকে ব্যৱহাৰকাৰীক প্ৰগতিশীল আৰু স্থায়ী, দুয়ো প্ৰকাৰৰ লিখনেই ব্যৱহাৰ কৰিবলৈ দিয়া। এনে ধৰণৰ লিখন পদ্ধতিক গ্ৰেজুৱেল টাইপিং বোলে আৰু এক্সনস্ক্ৰিপ্টৰ দৰে প্ৰগ্ৰামিং ভাষাটো ইয়াৰ ব্যৱহাৰ হৈছে।৪ হেকে ফাংচনৰ প্ৰকাৰ নিৰ্ণয় কৰি ফলাফল প্ৰদান কৰে।২৫৬

বুৰঞ্জী

হেকক ২০ মাৰ্চ ২০১৪ত পৰিচিত কৰোৱা হৈছিল।৭ প্ৰগ্ৰামিং লেংগুৱেজটো ঘোষণা কৰাৰ আগতেই ফেচবুকে চাইটটোত কেইবাঠাইতো এই ভাষাৰ ব্যৱহাৰ আৰম্ভ কৰিছিল।

বৈশিষ্ট্য

হেক আৰু পি-এইচ-পি বহু ক্ষেত্ৰত মিলে, যাক প্ৰায় মুক্ত উৎসত সাধাৰণ কাৰণত ব্যৱহাৰ কৰা হয়, বিশেষকৈ এইচ-টি-এম-এল ক'ডত এম্বেড কৰি। প্ৰায়বোৰ পি-এইচ-পি ক'ড হেকত চলে, কিন্তু কিছু কম ব্যৱহৃত স্ক্ৰিপ্ট নচলে।৮

হেকে পি-এইচ-পি ৫ৰ টাইপ হিন্টিঙৰ সুবিধা আৰু বৃদ্ধি কৰিছে, ষ্টেটিক টাইপিঙৰ পৰিচয় কৰি আৰু তাৰ ব্যৱহাৰ বঢ়ায়ো। পিছে, ল'কেল ভেৰিয়েব্লছ বা 'স্থানীয় ভেৰিয়েব্ল (পৰিৱৰ্তনশীল)'ৰ প্ৰকাৰ নিৰ্ধাৈত কৰিব নোৱাৰি।৫৬ যিহেতু আৰম্ভণিত হেকে গ্ৰেজুৱেল টাইপিং প্ৰণালী ব্যৱহাৰ কৰে, টীকা অপৰিহাৰ্য ক্ষেত্ৰটো অনিবাৰ্য নহয়, হেকে প্ৰগ্ৰেমাৰজনক সম্পূৰ্ণৰূপে শুদ্ধ বুলি বিশ্বাস কৰি ক'ডটো স্বীকাৰ কৰে।৯ পিছে এটি ষ্ট্ৰিক্ট ম'ডো উপলব্ধ য'ত তেনে টীকাৰ দৰকাৰ, আৰু সম্পূৰ্ণ শুদ্ধ ক'ড হোৱা অনিবাৰ্য।১০

শব্দবিন্যাস আৰু শব্দাৰ্থ

হেকৰ ফাইল পি-এইচ-পিৰ দৰেই, পিছে, হেক ফাইল <?hhৰে আৰম্ভ হয় আৰু পি-এইচ-পি <?phpৰে:

ফলাফল হ'ব:

পি-এইচ-পি ক'ড আৰু এইচ-টি-এম-এল ক'ড একেলগে লিখিব পাৰি, কিন্তু হেকৰ ক্ষেত্ৰত তেনে নহয়।

ফাংচন

হেকে ফাংচন আৰ্গিউমেন্ট (ভাষিকভাৱে ফলন যুক্তি)ৰ প্ৰকাৰ নিৰ্ণয় কৰি মূল্য উভতাই। উদাহৰণস্বৰূপে:

আৰু চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2014-03-20). facebook/hhvm. github.com. ফেইচবুক
  2. ↑ Josh Lockhart. (2014-04-03). Facebook’s Hack, HHVM, and the future of PHP. O'Reilly Media
  3. ↑ Cade Metz. (2014-03-20). Facebook Introduces 'Hack,' the Programming Language of the Future. Wired
  4. ↑ Aseem Rastogi; Avik Chaudhuri; Basil Hosmer. (January 2012). The Ins and Outs of Gradual Type Inference. Association for Computing Machinery (ACM)
  5. ↑ Hack Manual. docs.hhvm.com
  6. ↑ Hack Manual. docs.hhvm.com
  7. ↑ Hack: a new programming language for HHVM. code.facebook.com. ফেইচবুক
  8. ↑ Hack Manual. docs.hhvm.com
  9. ↑ Hack Manual. docs.hhvm.com
  10. ↑ Hack Manual. docs.hhvm.com

সম্পৰ্কিত শ্ৰেণী

প্ৰগ্ৰামিং লেংগুৱেজ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেক প্ৰগ্ৰামিং লেংগুৱেজ” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৬৪ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।