অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

স্ক্ৰেচ্ছ্‌ (প্ৰগ্ৰামিং লেংগুৱেজ)

স্ক্ৰেচ (ইংৰাজীত-Scratch) এটা নতুন প্ৰগ্ৰামিং লেংগুৱেজ বা প্ৰগ্ৰাম সৃষ্টি কৰিবলৈ ব্যৱহৃত ভাষা যাৰ সহায়ত সাধু, খেল, এনিমেশ্যন আদি সৃষ্টি কৰিব পাৰি।

হালনাগাদ: ৫ ডিচেম্বৰ ২০২৫ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

স্ক্ৰেচ (ইংৰাজীত-Scratch) এটা নতুন প্ৰগ্ৰামিং লেংগুৱেজ বা প্ৰগ্ৰাম সৃষ্টি কৰিবলৈ ব্যৱহৃত ভাষা যাৰ সহায়ত সাধু, খেল, এনিমেশ্যন আদি সৃষ্টি কৰিব পাৰি।১

নিৰ্মাণ

স্ক্ৰেচ M.I.T. লেৱত লাইফ্ লং কিণ্ডাৰ্গাৰ্টেন গ্ৰুপৰ দ্বাৰা নেশ্যনেল চাইন্চ ফাউণ্ডেচ্যন, মাইক্ৰচফ্ট, ইণ্টেল ফাউণ্ডেচ্যন, M.I.T. মিডিয়া লেৱ কন্চৰ্টিয়াৰ সহায়ত নিৰ্মিত।২

স্প্ৰাইট সমূহ আৰু কষ্টিউম

স্ক্ৰেচৰ প্ৰজেক্ট সমূহ 'স্প্ৰাইট' নামৰ বস্তুবোৰৰ পৰা গঠিত।৩ স্প্ৰাইট এটি দেখিবলৈ কেনে হ'ব তাক সেই স্প্ৰাইটৰ কষ্টিউমেৰে ঠিক কৰিব পাৰি।৪ স্প্ৰাইটৰ কষ্টইউম যিকোনো ছবি হ'ব পাৰে। সেই ছবি 'পেইণ্ট এডিটৰ'ত আকিবও পাৰি, কম্পিউটাৰৰ কোনো অন্য ঠাইৰ পৰা 'ইম্পৰ্ত'ও কৰিব পাৰি, আৰু কোনো ৱেব্ চাইতৰ পৰাও আনিব পাৰি।৫ স্প্ৰাইটবোৰক নিৰ্দেশ দিবলৈ ষ্টেক নামৰ গ্ৰাফিক ব্লক ব্যৱহাৰ কৰা হয়। স্ক্ৰেচে ব্লক সমোহ ওপৰৰ পৰা তললৈকে পঢ়ে।৬.

ষ্টেজ্

ষ্টেজ্ হৈছে সেই ঠাই য'ত সাধু, খেল, এনিমেশ্যন আদি জীৱিত হৈ যায়, বা স্প্ৰাইট সমূহে লৰ চৰ কৰে।৭

স্ক্ৰেচ্ছ্‌ৰ ৱেৱচাইট

স্ক্ৰেচৰ ৱেব্ চাইট (www.scratch.mit.edu)ত পৃথিৱীৰ বিভিন্ন মনুহে ৬০ লাখৰো অধিক স্ক্ৰেচ প্ৰজেক্ট 'শ্বেয়াৰ' কৰিছে।৮ স্ক্ৰেচৰ ৱেব্ চাইতত অনলাইনো স্ক্ৰেচ প্ৰজেক্ট নিৰ্মাণ কৰিব পাৰি, অৱশ্যে ইয়াৰ অনাতাঁৰ সংস্কৰণো উপলদ্ধ। স্ক্ৰেচ্ছ প্ৰজেক্টৰ উদাহৰণ ইয়াত চাব পাৰে

আৰু চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ স্ক্ৰেচ ভাৰ্চন/ভাৰ্যন ১.৪ৰ ৰেফাৰেন্স গাইডৰ "ইণ্ট্ৰডাক্সন"ৰ মতে।
  2. ↑ Scratch version 1.4 Reference Guide page 1 footer
  3. ↑ Scratch version 1.4 Reference Guide 'Basic Ingredients of a Scratch Project' para line 1
  4. ↑ Scratch version 1.4 Reference Guide 'Basic Ingredients of a Scratch Project' para line 1 and 2
  5. ↑ Scratch version 1.4 Reference Guide 'Basic Ingredients of a Scratch Project' para line 3.4 and 5
  6. ↑ Scratch version 1.4 Reference Guide 'Basic Ingredients of a Scratch Project's second paragraph
  7. ↑ Scratch Version 1.4 Reference Guide Page 2, section Stage
  8. ↑ scratch.mit.edu

সম্পৰ্কিত শ্ৰেণী

কম্পিউটাৰ বিজ্ঞানপ্ৰগ্ৰামিং লেংগুৱেজ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্ক্ৰেচ্ছ্‌ (প্ৰগ্ৰামিং লেংগুৱেজ)” প্ৰবন্ধৰ সংশোধন ৫৬১৬৩৮ (৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।