পাইথন এটা বহুল ভাবে প্ৰচলিত উচ্চস্তৰীয় প্ৰগ্ৰামিং ভাষা। সচৰাচৰ পাইথনত লিখা ক'ড সমূহ অন্যান্য প্ৰগ্ৰামিং ভাষাত লিখা ক'ডতকৈ অত্যন্ত চমু আৰু নিকা হয়। পাইথনৰ সৃষ্টিকৰ্তা হৈছে গুইড' ভান ৰসাম। এই প্ৰগ্ৰামিং ভাষা প্ৰথমে ১৯৯১ চনত মুকলি কৰা হৈছিল।
উদাহৰণ
উক্ত ক'ডফাকি চলালে Hello Assam দেখিবলৈ পোৱা যাব। এই ক'ডফাকি পাইথন-৩ 'ৰ বাবে তলত দিয়া ধৰণে লিখিব লাগিব:
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাইথন” প্ৰবন্ধৰ সংশোধন ৩২২৩৩৭ (২৬ মে’ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।