অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

চি (প্ৰগ্ৰামিং লেংগুৱেজ)

চি (C) হ’ল বেল লেবৰটেৰিজত ১৯৬৯ ৰ পৰা ১৯৭৩ চনৰ কালছোৱাত ডেনিচ ৰিট্‌চী ৰ দ্বাৰা বিকাশিত এটা কম্পিউটাৰ প্ৰগ্ৰামিং লেংগুৱেজ। ই এজন প্ৰগ্ৰেমাৰক কম্পিউটাৰ আৰ্কিটেক্সাৰৰ হাই লেভেল লেংগুৱেজৰ পৰা ল' লেভেল লেংগুৱেজলৈকে এক বিস্তৃত পৰিসৰ প্ৰদান কৰে।

হালনাগাদ: ২১ ছেপ্তেম্বৰ ২০২৫ ২১৫ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

চি (C) হ’ল বেল লেবৰটেৰিজত ১৯৬৯ ৰ পৰা ১৯৭৩ চনৰ কালছোৱাত ডেনিচ ৰিট্‌চী ৰ দ্বাৰা বিকাশিত এটা কম্পিউটাৰ প্ৰগ্ৰামিং লেংগুৱেজ১। ই এজন প্ৰগ্ৰেমাৰক কম্পিউটাৰ আৰ্কিটেক্সাৰৰ হাই লেভেল লেংগুৱেজৰ পৰা ল' লেভেল লেংগুৱেজলৈকে এক বিস্তৃত পৰিসৰ প্ৰদান কৰে২৩। বিশ্বৰ বহুলভাৱে ব্যৱহৃত প্ৰগ্ৰামিং লেংগুৱেজসমূহৰ ভিতৰত চি লেংগুৱেজ অন্যতম। পৰৱৰ্তী সময়ত বিকশিত হোৱা প্ৰগ্ৰামিং লেংগুৱেজসমূহ, যেনে C++, C#, D, Go, Java, JavaScript, Limbo, LPC, Perl, PHP, Python ইত্যাদি প্ৰত্যক্ষ বা পৰোক্ষভাৱে চি(C) লেংগুৱেজৰ দ্বাৰা প্ৰভাৱিত।

চি লেংগুৱেজৰ ডাটাৰ ধৰণ

TypeRange (ৰ পৰা)Range (লৈ)BytesRepresents
Char/short-১২৮১২৭১
Unsigned char০ (শূন্য)২৫৫১
Int-৩২,৭৬৮৩২,৭৬৭২
Unsigned int০ (শূন্য)৬৫,৫৩৫২
Long-২১৪,৭৪,৩৮,৬৪৮২১৪,৭৪,৩৮,৬৪৭৪
Unsigned long০ (শূন্য)৪২৯,৪৯,৬৭,২৯৫৪
Float৩.৪×১০-৩৮৩.৪×১০৩৪৪

চি লেংগুৱেজত ব্যৱহাৰ হোৱা সংখ্যা, আখৰ, আৰু বিশেষ চিহ্নসমূহ-

  • আখৰ: a-z, A-Z, '_'
  • সংখ্যা: 0-9
  • বিশেষ চিহ্ন: ~! @ # % ^ & * - + =:; " ' < >, .? | / \ { } [ ]
    • খালি ঠাই: স্পেচ (space), নিউলাইন (newline), কমেণ্ট (comment), টেব (Tab)

ৰিজাৰ্ভড ৱৰ্ড

চি লেংগুৱেজ (C89) ত ব্যৱহাৰ হোৱা ৩২টা ৰিজাৰ্ভড ৱৰ্ড (reserved word) সমূহ:

auto break case char const continue default do

double else enum extern float for Goto if

int long register return short signed Sizeof static

Struct Switch typedef union unsigned Void Volatile While

C99 ৰ ৫টা অতিৰিক্ত সংযোজন:

_Bool _Complex

_Imaginary inline

Restrict

C11 ৰ আৰু ৭টা অতিৰিক্ত সংযোজন:

_Alignas _Alignof

_Atomic _Generic

_Noreturn _Static_assert

_Thread_local

এটা আৰ্হি চি প্ৰগ্ৰাম

#include <stdio.h> int main (void) {::printf ("Hello Assamese Wikipedia\n"); }

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Giannini, Mario; Code Fighter, Inc.; Columbia University. (2004). C/C++. The Internet encyclopedia. John Wiley and Sons. পৃ. 164. ISBN 0-471-22201-1
  2. ↑ (2009). Programming Language Popularity
  3. ↑ (2009). TIOBE Programming Community Index

সম্পৰ্কিত শ্ৰেণী

কম্পিউটাৰ বিজ্ঞানপ্ৰগ্ৰামিং লেংগুৱেজহাই লেভেল প্ৰগ্ৰামিং লেংগুৱেজ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চি (প্ৰগ্ৰামিং লেংগুৱেজ)” প্ৰবন্ধৰ সংশোধন ৫৩৯৫৮৯ (২১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।