অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

চি++

চি++ (C++) হ’ল এটি অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং (OOP) ভাষা। ১৯৮০ চনত ডেনিচ কম্পিউটাৰ বিজ্ঞানী বিজাৰনে ষ্ট্ৰৌষ্ট্ৰাপ (Bjarne Stroustrup) -য়ে যুক্তৰাষ্ট্ৰৰ 'এ টি এণ্ড টি বেল লেৱৰ’টৰি'ত চি++ বিকাশ কৰে চি প্ৰগ্ৰামিং ভাষাৰ বিস্তাৰিত ৰূপৰ আধাৰত।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৫ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

চি++ (C++) হ’ল এটি অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং (OOP) ভাষা।১ ১৯৮০ চনত ডেনিচ কম্পিউটাৰ বিজ্ঞানী বিজাৰনে ষ্ট্ৰৌষ্ট্ৰাপ (Bjarne Stroustrup) -য়ে যুক্তৰাষ্ট্ৰৰ 'এ টি এণ্ড টি বেল লেৱৰ’টৰি'ত চি++ বিকাশ কৰে চি প্ৰগ্ৰামিং ভাষাৰ বিস্তাৰিত ৰূপৰ আধাৰত।২ ইয়াক এক মধ্যস্তৰীয় ভাষা বুলি জনা যায়, কাৰণ ই উচ্চস্তৰ আৰু নিম্নস্তৰৰ ভাষাৰ সুবিধাৰ এক সংযোজন।

চি++ ত ব্যৱহাৰ হোৱা সংখ্যা, আখৰ, আৰু বিশেষ চিহ্নসমূহ-

  • আখৰ: A-Z, a-z
  • সংখ্যা: 0-9
  • বিশেষ চিহ্ন: স্পেচ (space) + - * / ^ \ { } =! = < > ' " $,;: %! &? _ # <= => @
  • White spaces: Horizontal tab (→), blank space, Carriage return Newline, Form feed.

মান নিৰ্ধাৰণ

চনচি++ ষ্টেণ্ডাৰ্ডইনফৰমেল নেম
১৯৯৮ISO/IEC 14882:1998৩C++98
২০০৩ISO/IEC 14882:2003৪C++03
২০১১ISO/IEC 14882:2011৫C++11, C++0x
২০১৪ISO/IEC 14882:2014৬C++14, C++1y
২০১৭ISO/IEC 14882:2017৭C++17, C++1z
২০২০to be determinedC++20, C++2a

চি++ ৰ এটা আৰ্হি

Hello Wikipedia

সাধাৰণ ডাটা টাইপ

প্ৰতিটো প্ৰগ্ৰামত এটা নিৰ্দিষ্ট অনুক্ৰমৰ কিছুমান ডাটায়ে অপাৰেশনসমূহৰ এটা চেট নিৰ্দিষ্ট কৰে। যিহওক, ডাটা বিভিন্ন ধৰণৰ হ’ব পাৰে৷ যেনে- এটি সংখ্যা, এটি আখৰ, বুলিয়ান মান (Boolean Value) ইত্যাদি৷ চি++ য়ে প্ৰচুৰ পৰিমাণে ডাটা টাইপ সমৰ্থন কৰে। চি++ ৰ দ্বাৰা সমৰ্থিত বিল্ট ইন বা সাধাৰণ ডাটা টাইপসমূহ হ’ল- ইণ্টেজাৰ, ফ্লটিং পইণ্ট আৰু কেৰেক্টাৰ টাইপ৷

টোকেনসমূহ

  • Keyboard
  • Identifiers
  • Literals
  • Punctuators
  • Operators

লগতে চাওক

  1. অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং
  2. চি প্ৰগ্ৰামিং ভাষা
  3. ডব্লিউ থ্ৰী স্কুলচ্
  4. বিজাৰনে ষ্ট্ৰৌষ্ট্ৰাপ
  5. ৱৰ্ল্ড ৱাইড ৱেব
  6. ৱেবছাইট

বাহ্যিক সংযোগ

  1. W3schools.com
  2. Educba.com

তথ্যসূত্ৰ

  1. ↑ C++ Introduction. ডব্লিউ থ্ৰী স্কুলচ্
  2. ↑ Uses of C++ In Real World. Educba.com
  3. ↑ ISO/IEC 14882:1998. International Organization for Standardization
  4. ↑ ISO/IEC 14882:2003. International Organization for Standardization
  5. ↑ ISO/IEC 14882:2011. International Organization for Standardization
  6. ↑ ISO/IEC 14882:2014. International Organization for Standardization
  7. ↑ ISO/IEC 14882:2017. International Organization for Standardization

সম্পৰ্কিত শ্ৰেণী

প্ৰগ্ৰামিং লেংগুৱেজহাই লেভেল প্ৰগ্ৰামিং লেংগুৱেজ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চি++” প্ৰবন্ধৰ সংশোধন ৫৩৭৩৯৭ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।