অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সৰল জীৱন সুখী জীৱন

সৰল জীৱন সুখী জীৱন (Horol Jibon Hukhi Jibon) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক হোমেন বৰগোহাঞিৰ শৰীৰ, মন আৰু স্বাস্থ্যবিষয়ক এখন প্ৰবন্ধ-সংকলন। ২০১৭ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশকৰ পৰা প্ৰকাশ হোৱা ১৫২ পৃষ্ঠাৰ এই গ্ৰন্থখনত ২৩টা প্ৰৱন্ধ আছে।

হালনাগাদ: ১ ডিচেম্বৰ ২০২২ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

সৰল জীৱন সুখী জীৱন (Horol Jibon Hukhi Jibon) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক হোমেন বৰগোহাঞিৰ শৰীৰ, মন আৰু স্বাস্থ্যবিষয়ক এখন প্ৰবন্ধ-সংকলন। ২০১৭ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশকৰ পৰা প্ৰকাশ হোৱা ১৫২ পৃষ্ঠাৰ এই গ্ৰন্থখনত ২৩টা প্ৰৱন্ধ আছে। চাৰিটা সংস্কৰণৰ মুখ দেখা গ্ৰন্থখনৰ বৰ্তমান মূল্য ১৭৫.০০ টকা। ১

বিৱৰণ

২৩টা প্ৰবন্ধ থকা এই কিতাপখনৰ প্ৰবন্ধসমূহ হ'ল—

  1. সৰল জীৱন, সুখী জীৱন।
  2. স্বাস্থ্যৰ কাৰণে দুখীয়া মানুহৰ আহাৰ।
  3. স্বাস্থ্য সম্পৰ্কে মোৰ চিন্তা আৰু অভিজ্ঞতা।
  4. মনৰ টনিক।
  5. স্বাস্থ্যৱান মানুহ।
  6. আপোনাৰ মনটোৱে আপোনাক সুস্থ কৰিব পাৰে।
  7. স্বাস্থ্যৰ নিচা।
  8. বৃদ্ধসকলে আমাক কি শিকাব পাৰে।
  9. মোৰাৰজী দেশাইৰ লগত পাঞ্জাখেল।
  10. ৰোগ আৰু স্বাস্থ্য।
  11. ভিটামিন কিয় খাব লাগে।
  12. ৰোগৰ মাহাত্ম্য।
  13. মূৰৰ বিষ।
  14. আমিষ নে নিৰামিষ।
  15. সকলো মানুহ এদিন নিৰামিষভোজী হ'ব।
  16. বেঞ্জামিন ফ্ৰেংকলিন আৰু তেওঁৰ বাত-বিষ।
  17. অসমৰ স্বাস্থ্য।
  18. স্বাস্থ্য গঢ়াৰ দহটা নিয়ম।
  19. শৰীৰ, মন আৰু স্বাস্থ্য।
  20. স্বাস্থ্য।
  21. দেহ আৰু মন।
  22. আধুনিক মানুহৰ মানসিক স্বাস্থ্য।
  23. সুদীৰ্ঘ সন্ধান।

তথ্যসূত্ৰ

  1. ↑ বৰগোহাঞি, হোমেন. (2017). সৰল জীৱন সুখী জীৱন. ষ্টুডেণ্টচ্ ষ্ট’ৰচ্. ISBN 978-81-7665-668-9

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰল জীৱন সুখী জীৱন” প্ৰবন্ধৰ সংশোধন ৩৩৯৪১৭ (১ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।