অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুলোচনা লাটকৰ

সুলোচনা লাটকৰ (জন্ম: ৰংগু দিৱান ; Sulochana Latkar; ৩০ জুলাই ১৯২৮ – ৪ জুন ২০২৩), মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী আছিল, যাক পৰ্দাৰ নাম সুলোচনা নামেৰে অধিক পৰিচিত। তেওঁ মাৰাঠী ভাষাত ৫০খন ছবি আৰু হিন্দী ভাষাত প্ৰায় ২৫০খন ছবিত অভিনয় কৰিছিল।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সুলোচনা লাটকৰ (জন্ম: ৰংগু দিৱান ; Sulochana Latkar; ৩০ জুলাই ১৯২৮ – ৪ জুন ২০২৩), মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী আছিল, যাক পৰ্দাৰ নাম সুলোচনা নামেৰে অধিক পৰিচিত। তেওঁ মাৰাঠী ভাষাত ৫০খন ছবি আৰু হিন্দী ভাষাত প্ৰায় ২৫০খন ছবিত অভিনয় কৰিছিল। শশুৰবাস (১৯৪৬), মীথ ভাকৰ (১৯৪৯), বাহিনীচ্যা বাঙ্গদ্যা (১৯৫৩), ভক্তি যাঊ (১৯৫৮) আৰু সংগত আইকা (১৯৫৯) আদি মাৰাঠী ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ১ লগতে ১৯৫৯ চনৰ পৰা হিন্দী ছবিত কৰা মাকৰ চৰিত্ৰৰ বাবেও তেওঁ বেছিকৈ পৰিচিত আছিল। তেওঁ আৰু নিৰুপা ৰায়ে ১৯৫৯ চনৰ পৰা ১৯৯০ দশকৰ আগডোখৰলৈকে "মাক"ৰ চৰিত্ৰসমূহৰ সাৰ্থক ৰূপ দিছিল।২

ব্যক্তিগত জীৱন

লাটকৰ মুম্বাইৰ প্ৰভাদেৱীত বাস কৰিছিল।৩ ১৪ বছৰ বয়সত তেওঁৰ বিয়া হৈ গৈছিল। তেওঁৰ কন্যা কাঞ্চন ঘনেকাৰ মাৰাঠী মঞ্চৰ ছুপাৰষ্টাৰ ড°কাশীনাথ ঘনেকাৰৰ পত্নী আছিল।৪

২০২৩ চনৰ ৪ জুনত মুম্বাইৰ দাদৰৰ শুশ্ৰুষা চিকিৎসালয়ত শ্বাস-প্ৰশ্বাসজনিত বিকলতাৰ বাবে লাটকাৰৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (4 June 2003). Sulochana wins top cine award. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Sulochana Latkar's funeral to take place today in Mumbai - Hindi Movie News. The Times of India
  3. ↑ (11 August 2000). Actress Sulochana's 72nd Birthday. Screen India
  4. ↑ Changing face of Bollywood screen mothers
  5. ↑ (4 Jun 2023). Veteran actress Sulochana Latkar passes away at the age of 94 - Hindi Movie News. The Times of India

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ভাৰত) বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুলোচনা লাটকৰ” প্ৰবন্ধৰ সংশোধন ৪৮৭২৮৪ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।