সুথাৰ প্ৰধানকৈ ভাৰত আৰু পাকিস্তানত বাস কৰা বিশ্বকৰ্মা সম্প্ৰদায়ৰ ভিতৰুৱা এটা সম্প্ৰদায়।১২ ইয়াৰ পৰম্পৰাগত বৃত্তি বেছিভাগেই কাঠমিস্ত্ৰী।৩ গুজৰাট আৰু ৰাজস্থানত প্ৰধানকৈ পোৱা সুথাৰ সম্প্ৰদায়ত বিভিন্ন জাতিৰ মিশ্ৰণ হৈছে।
বৰ্তমানৰ জনগাঁথনি
প্ৰতিটো উপজাতিয়ে বিভিন্ন ধৰ্ম পালন কৰে, তথাপিও তেওঁলোকৰ এক উমৈহতীয়া ঐতিহ্য আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰতি মূল আনুগত্যৰ সৈতে ভগৱান বিশ্বকৰ্মা, ভগৱান বিষ্ণু, ভগৱান শিৱৰ দৰে দেৱতাৰ প্ৰতি শ্ৰদ্ধা আছে। এই সম্প্ৰদায়ৰ ভিতৰত সাধাৰণ উপাধিসমূহ হ'ল সুথাৰ, গজ্জৰ, শৰ্মা, আচাৰ্য, ৰাথোৰ, পাঞ্চোলি, মিস্ত্ৰী, জংগীদ, পাঞ্চল।৪
জাতি সংৰক্ষণ
সুথাৰৰ কিছুমান উপজাতিক ৰাজস্থান,৫ হাৰিয়ানা,৬ গুজৰাটৰ দৰে ৰাজ্যত অ’বিচি হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।৭
তথ্যসূত্ৰ
- ↑ SP Aggrawal, JC Aggrawal. (1991). Educational and Social Uplift of Backward Classes. Concept Publishing Company. পৃ. 160. ISBN 978-81-7022-339-9
- ↑ Ashwani Kumar, R. B. Bhagat. (2021). Migrants, Mobility and Citizenship in India. Taylor & Francis. ISBN 978-1-00-037987-7
- ↑ AM Shah. (2012). The Structure of Indian Society. Taylor&Francis. পৃ. 135. ISBN 978-1-136-19770-3
- ↑ History of Jangid Brahmin Samaj,Shree Vishwakarma,Jangid Community,Samaj Group Jaipur
- ↑ Backward Classes in Rajasthan. Government of Rajasthan
- ↑ List of Backward Classes. Directorate of Welfare of Scheduled Caste & Backward Classes
- ↑ List of Socially and Educationally Backward Classes of Gujarat State. Government of Gujarat
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুথাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৮১২৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।