অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পখ্টা

পখ্টা দক্ষিণ এছিয়াৰ উত্তৰ সীমান্ত অঞ্চলত বাস কৰা এটা প্ৰাচীন বৈদিক ভাৰত-আৰ্য জনগোষ্ঠী আছিল। আধুনিক পাখতুন লোকসকলৰ অন্যতম সম্ভাৱ্য পূৰ্বপুৰুষ বুলি গণ্য কৰা হয়।

হালনাগাদ: ৩ ছেপ্তেম্বৰ ২০২৫ ২৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

পখ্টা দক্ষিণ এছিয়াৰ উত্তৰ সীমান্ত অঞ্চলত বাস কৰা এটা প্ৰাচীন বৈদিক ভাৰত-আৰ্য জনগোষ্ঠী১ আছিল।২৩ আধুনিক পাখতুন লোকসকলৰ অন্যতম সম্ভাৱ্য পূৰ্বপুৰুষ বুলি গণ্য কৰা হয়।২ কেতিয়াবা হেৰোড'টাছৰ "পেক্টিয়ান"ৰ সৈতে তেওঁলোকৰ যোগ-সূত্ৰ চিনাক্ত কৰা হয়।৪৫

তথ্যসূত্ৰ

  1. ↑ Prasad, R. U. S. (6 October 2020). The Rig-Vedic and Post-Rig-Vedic Polity (1500 BCE-500 BCE). Vernon Press. পৃ. 67. ISBN 978-1-64889-001-7
  2. ↑ Pradhan, Shrinivas Vasudeo. (11 August 2014). The Elusive Aryans: Archaeological Search and Vedic Research; The Origin of the Hindus. Cambridge Scholars Publishing. পৃ. 114. ISBN 978-1-4438-6592-0
  3. ↑ Macdonell, Arthur Anthony; Keith, Arthur Berriedale. (1912). Vedic Index of Names and Subjects. John Murray. পৃ. 464
  4. ↑ Kakar, Hasan Kawun. (27 August 2014). Government and Society in Afghanistan: The Reign of Amir 'Abd al-Rahman Khan. Univ of TX + ORM. পৃ. 12. ISBN 978-0-292-76777-5
  5. ↑ Sonawani, Sanjay. (16 April 2015). Origins of the Vedic Religion: And Indus-Ghaggar Civilisation. Booktango. পৃ. 146. ISBN 978-1-4689-5713-6

সম্পৰ্কিত শ্ৰেণী

জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পখ্টা” প্ৰবন্ধৰ সংশোধন ৫৩৭০৮৯ (৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।