অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সতী (চলচ্চিত্ৰ)

সতী ( Sati ) হৈছে ১৯৮৯ চনত মুক্তি পোৱা অপৰ্ণা সেনৰ ৰচনা আৰু পৰিচালনাৰ এখন ভাৰতীয় বাংলা ছবি। কমল কুমাৰ মজুমদাৰৰ কাহিনীৰ আধাৰত সতী নিৰ্মাণ কৰা হৈছে। ছবিখন এগৰাকী বোবা অনাথ ছোৱালীৰ বিষয়ে। তেওঁৰ কোষ্ঠীৰ পৰা অনুমান হয় যে তেওঁ সতী হ'ব আৰু তেওঁৰ স্বামীৰ মৃত্যু হ'ব।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৫ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

সতী ( Sati ) হৈছে ১৯৮৯ চনত মুক্তি পোৱা অপৰ্ণা সেনৰ ৰচনা আৰু পৰিচালনাৰ এখন ভাৰতীয় বাংলা ছবি। কমল কুমাৰ মজুমদাৰৰ কাহিনীৰ আধাৰত সতী নিৰ্মাণ কৰা হৈছে। ১ ছবিখন এগৰাকী বোবা অনাথ ছোৱালীৰ বিষয়ে। তেওঁৰ কোষ্ঠীৰ পৰা অনুমান হয় যে তেওঁ সতী হ'ব আৰু তেওঁৰ স্বামীৰ মৃত্যু হ'ব। ছবিখনত শ্বাবানা আজমী আৰু অৰুণ বেনাৰ্জীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ২

তেওঁৰ পূৰ্বৰ ছবি পৰমা (১৯৮৪)ৰ লগতে অপৰ্ণা সেন বঙালী চলচ্চিত্ৰৰ লৈংগিক বিষয়ত আৰু নাৰীবাদী দৃষ্টিভংগীৰ সন্ধান কৰা প্ৰথমগৰাকী মহিলা পৰিচালক হিচাপে পৰিগণিত হয়। ৩৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Gulzar, Govind Nihalani, Saibal Chatterjee. (2003). Encyclopaedia of Hindi Cinema: historical record, the business and its future, narrative forms, analysis of the medium, milestones, biographies. Popular Prakashan. পৃ. 337. ISBN 81-7991-066-0
  2. ↑ Aparna Sen Profile. Chaosmag, Indian Cinema Database
  3. ↑ Nalini Natarajan; Emmanuel Sampath Nelson. (1 January 1996). Handbook of Twentieth-century Literatures of India. Greenwood Publishing Group. পৃ. 420–. ISBN 978-0-313-28778-7
  4. ↑ Geetha Ramanathan. (1 January 2006). Feminist Auteurs: Reading Women's Films. Wallflower Press. পৃ. 110–. ISBN 978-1-904764-69-4

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ১৯৮৯ বৰ্ষৰ চলচ্চিত্ৰবঙালী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সতী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৫৮৯৪ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।