অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সঞ্চয়ন

সঞ্চয়ন অসমীয়া কবিতাৰ নিৰ্বাচিত সঙ্কলন৷ সঙ্কলটোৰ সম্পাদক মহেশ্বৰ নেওগ৷ প্ৰথম প্ৰকাশ হয় ১৯৭১ চনত৷

হালনাগাদ: ২১ মে’ ২০২০ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

সঞ্চয়ন অসমীয়া কবিতাৰ নিৰ্বাচিত সঙ্কলন৷ সঙ্কলটোৰ সম্পাদক মহেশ্বৰ নেওগ৷ প্ৰথম প্ৰকাশ হয় ১৯৭১ চনত৷১

গ্ৰন্থ বিৱৰণ

গ্ৰন্থখনৰ আগকথাত মহেশ্বৰ নেওগে লিখিছে- এইখনি আদিৰেপৰা সাম্প্ৰতিকলৈকে অসমীয়া কবিতাৰ সঙ্কলন। সঙ্কলনখনি অসমীয়া কাব্যৰ প্ৰতিৰূপক হৈছে আৰু কাব্য-জ্ঞান-পিপাসুসকলক অসমৰ কাব্য চিন্তাৰ ইতিহাসৰ আৰু কাল-ভাগ অনুসৰি তাৰ বিভিন্ন গতি-প্ৰগতিৰ সম্যক আভাস দিব পাৰিব বুলি আমাৰ বিশ্বাস হয়। অসমীয়া ছন্দ সাহিত্যৰ সাধাৰণ ৰূপ আৰু ছন্দৰ বিভিন্ন অনুশীলনৰ আভাসো এই সঙ্কলনত দিয়া হৈছে।২

তথ্যসূত্ৰ

  1. ↑ মহেশ্বৰ নেওগ. (২০১১). সঞ্চয়ন. সাহিত্য অকাডেমি. পৃ. আগকথা
  2. ↑ মহেশ্বৰ নেওগ. (২০১১). সঞ্চয়ন. সাহিত্য অকাডেমি. পৃ. আগকথা

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থসংকলনকবিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সঞ্চয়ন” প্ৰবন্ধৰ সংশোধন ২২৯৫৯২ (২১ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।