অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

দশমী

দশমী (Dashami, दशमी) হʼল সংস্কৃত ভাষাৰ এটি শব্দ, আৰু হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ)ৰ দশম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ দশমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ দশম দিন। দশমী তিথি প্ৰতি মাহৰ দশম আৰু পঞ্চবিংশতম দিনত পৰে।

হালনাগাদ: ২৭ ছেপ্তেম্বৰ ২০২৫ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

দশমী (Dashami, दशमी) হʼল সংস্কৃত ভাষাৰ এটি শব্দ,১ আৰু হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ)ৰ দশম দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ দশমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ দশম দিন।২ দশমী তিথি প্ৰতি মাহৰ দশম আৰু পঞ্চবিংশতম দিনত পৰে।

উৎসৱ

নৱৰাত্ৰি উৎসৱৰ সময়ত পালন কৰা বিজয়া দশমী উৎসৱ, দশমী তিথিত পৰে।৩

তথ্য সংগ্ৰহ

তথ্যসূত্ৰ

  1. ↑ (2001). Sanskrit Bhagavad Gita Grammar: An Introductory Course Based on Śrīmad Bhagavad-gītā and Śrīla Jīva Gosvāmī's Śrī Hārināmāmṛta-vyākaraṇam. Shri Krishna Balarama Mandir. পৃ. 33
  2. ↑ Manish Verma. (2013). Fasts and Festivals of India. Diamond Pocket Books. পৃ. 10. ISBN 9788171820764
  3. ↑ Anne T. Mocko. (2016). Demoting Vishnu: Ritual, Politics, and the Unraveling of Nepal's Hindu Monarchy. Oxford University Press. পৃ. 147. ISBN 9780190275228

সম্পৰ্কিত শ্ৰেণী

তিথিহিন্দু পঞ্জিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দশমী” প্ৰবন্ধৰ সংশোধন ৫৪০৩১৯ (২৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।