অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰুতি জয়ন

শ্ৰুতি জয়ন (ইংৰাজী: Sruthy Jayan) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ মূলতঃ মালয়ালম চলচ্চিত্ৰত কাম কৰে। তেখেত এগৰাকী প্ৰশিক্ষিত শাস্ত্ৰীয় নৃত্যশিল্পী।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ৩০ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

শ্ৰুতি জয়ন (ইংৰাজী: Sruthy Jayan) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ মূলতঃ মালয়ালম চলচ্চিত্ৰত কাম কৰে।১২৩ তেখেত এগৰাকী প্ৰশিক্ষিত শাস্ত্ৰীয় নৃত্যশিল্পী।৪

চলচ্চিত্ৰসূচী

চলচ্চিত্ৰ

  • মালয়ালম চলচ্চিত্ৰৰ বাবে অন্য ভাষাৰ চলচ্চিত্ৰসমূহৰ বিষয়ে টোকাত উল্লেখ কৰা হৈছে
+ শ্ৰুতি জয়নৰ চলচ্চিত্ৰৰ তালিকা
বৰ্ষশিৰোনামচৰিত্ৰটোকাRef.
২০১৭আংগামালি ডায়েৰিজএলিচ
পাইপ্পিন চুভাট্টিল প্ৰণয়মৰেশ্মি
২০১৮নিত্যাহৰিতা নায়কনৰেশ্মা
২০১৯জুনমায়া
সত্যম পৰঞ্জা বিশ্বাসীক্কুভুজেছী৫
জনমৃত্যুপুষ্পা
২০২১কানেক্কানেতাৰা অৰুণ
এলাম শ্বেৰিকুমঅজিতা নাৰায়ন
২০২২হেভেনএন্সি জন
ডাহিনী - দ্য ৱিচ্চপল্লৱীহিন্দী চলচ্চিত্ৰ৬
ম’ম’ ইন ডুবাইশ্ৰেণী শিক্ষয়িত্ৰী৭
২০২৩ইৰাট্টাসাৰধা৮
কুৰুক্কানএছ.আই. ৰীণা মেথিউ৯
ক’ৰনা ধৱনস্বপ্না১০
মহাৰাণীকাব্যা১১
২০২৪নাৰুদি ব্ৰাথুকু নাটান্নালেখাতেলুগু চলচ্চিত্ৰ
২০২৫আম আহ১২
চাট্টুলি১৩

দূৰদৰ্শন

+ শ্ৰুতি জয়নৰ দূৰদৰ্শন অভিনয়ৰ তালিকা
বৰ্ষচলচ্চিত্ৰচৰিত্ৰভাষানেটৱৰ্কটোকাRef.
২০১৯গডছ অৱ ধৰ্মপুৰীসৰোজাতেলুগুজী৫১৪
কুইনমালাৰতামিলএমএক্স প্লেয়াৰ
২০২৩ধোতাকল্পনাতেলুগুএমাজন প্ৰাইম ভিডিঅ’

চুটি ছবি

+ শ্ৰুতি জয়নৰ চুটি ছবিৰ তালিকা
বৰ্ষছবিচৰিত্ৰটোকাRef.
২০১৯ইদ্দাহ: দ্য গডছ ডিছিচনকোৱামাৰুণিছাহ১৫
২০২০গৌ ফৰ এ গাৰ্লগৰ্ভৱতী পত্নী১৬

তথ্যসূত্ৰ

  1. ↑ Rajan, Silpa. (16 July 2019). Sruthy Jayan: "I love to be referred to as an artist rather than a heroine". The Times of India
  2. ↑ Rajan, Silpa. (31 July 2020). Exclusive! I want to be in this space forever: Actress Sruthy Jayan. The Times of India
  3. ↑ Rajan, Silpa. (29 July 2020). Exclusive! I have a precious art – dance, with me: Sruthy Jayan. The Times of India
  4. ↑ Nadadhur, Srivathsan. (23 February 2020). Using dance for activism. Deccan Herald
  5. ↑ Shruthi Jayan to essay a key in Biju Menon starrer Sathyam Paranja Vishwasikkuvo. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ Rajesh Touchriver directs a controversial film on witch-hunting titled 'Dahini: The Witch'. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ 'June' film fame Sruthy Jayan to make her debut in Bollywood? Deets inside. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ (8 February 2023). 'Iratta' box office collection day 4: Joju George starrer mints Rs 2.45 crores. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  9. ↑ Features, C. E. (2022-11-06). Vineeth Sreenivasan and Sreenivasan reunite for Kurukkan. Cinema Express
  10. ↑ Features, C. E. (2023-10-14). Corona Dhavan OTT release date out. Cinema Express
  11. ↑ Shine Tom Chacko, Roshan Mathew's Maharani, gets a release date. The New Indian Express
  12. ↑ Features, C. E. (2025-01-03). Dileesh Pothan and Jaffer Idukki's Am Ah gets a release date. Cinema Express
  13. ↑ Madhu, Vignesh. (2025-01-29). Chattuli gets a release date. Cinema Express
  14. ↑ Bale, Sneha. (23 October 2019). Acting is like a meditation says Shruthi Jayan on playing Saroja in Zee5 Original GOD. ZEE5
  15. ↑ আৰ্কাইভ কপি. Mathrubhumi
  16. ↑ Telling a girl's tale. The New Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰুতি জয়ন” প্ৰবন্ধৰ সংশোধন ৪৮৭১৬৯ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।