শুভপল্লব (ଶୁଭପଲ୍ଲବ) এখন মাহেকীয়া উৰিয়া ই-আলোচনী। আলোচনীখন ২০১৮ চনৰ জানুৱাৰী মাহত প্ৰতিষ্ঠা কৰিছিল সংগ্ৰাম কেশৰী সেনপতিয়ে।১ আৰম্ভনিতে আলোচনীখন ত্ৰৈমাসিক আছিল আৰু প্ৰথম দুটা সংখ্যা নৱপল্লৱ নামেৰে প্ৰকাশ পাইছিল।২ ২০২০ ৰ জানুৱাৰী মাহৰ পৰা আলোচনীখন মাহেকীয়া হিচাপে প্ৰকাশ পাবলৈ লয়। ২০১৯ চনত আলোচনীখনৰ উৰিয়া ৱেব পৰ্টেল ওলাবলৈ ধৰে। পাছলৈ এই পৰ্টেলটোত ইংৰাজী, হিন্দী, তেলেগু, বঙালী, পাঞ্জাৱী, আৰু সংস্কৃতত ওলাবলৈ আৰম্ভ হয়।৩
বাহ্যিক তথ্য
তথ্যসূত্ৰ
- ↑ (30 July 2019). Sangram sets world record - OrissaPOST. OrissaPOST
- ↑ (4 January 2020). Shubhapallaba launches Web Portals in Bangla and Punjabi. The News Insight
- ↑ NewsDog - India News - NewsDog. www.newsdogapp.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুভপল্লব” প্ৰবন্ধৰ সংশোধন ৫৩১৪২৪ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।