শুভংকৰ বৰুৱা (Shubhankar Baruah) অসমৰ এগৰাকী ৰেডিঅ’ জকি; যাক আৰ জে শুভংকৰ বা আৰজে জিৎ বুলিও জনা যায়৷ তেওঁ গুৱাহাটীৰ ৯২.৭ বিগ এফ এমৰ অনুষ্ঠান “বিগ চাহ গৰম”ৰ বাবে তেওঁ অসমৰ আটাইতকৈ জনপ্ৰিয় ৰেডিঅ’ জকি৷১
উপস্থাপন শৈলী
তেওঁ আয়োজক কৰা অনুষ্ঠানবোৰৰ কিছুমান থিম হৈছে- স্থানীয় সমস্যা, চহৰৰ ঘটনা, হাস্যৰসৰ সমল, ডিজিটেল মিডিয়া ইত্যাদি। তেওঁ চলিউশ্যন শইকীয়াৰ চৰিত্ৰত হাস্যৰসেৰে বজাৰৰ আপডেটসমূহ দিয়ে৷১
সাফল্য
ৰেডিঅ’ত অৱদানৰ বাবে তেওঁ ইণ্ডিয়া ৰেডিঅ’ ফ’ৰামৰ দ্বাৰা ম’ষ্ট পপুলাৰ আৰ জে অৱ দ্য ইয়াৰ ২০১৯ (Most popular RJ of the year -2019) লৈ মনোনীত হৈছিল।২৩৪৫৬
তথ্যসূত্ৰ
- ↑ RJ Shubhankar profile on Big FM India. Big FM India Website
- ↑ Assam RJ’s excel. The Indian Express
- ↑ Seven Assam RJs Nominated For Excellence In Radio Awards. Pratidin Time – An Assamese daily
- ↑ Seven Assam RJs shortlisted for most popular RJ of the year award; check the list. InsideNE-We deliver the North East
- ↑ 7 RJs from Assam selected for IRF’s ‘Excellence in Radio Awards’. Eastmojo
- ↑ 6 RJs from Assam in nat’l contest. The Assam Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুভংকৰ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫২৯১৪২ (৩১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।