অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

শিক্ষা (গ্ৰন্থ)

শিক্ষা (ইংৰাজী: Shiksha) (২০২২) দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মনীষ সিসোদিয়াৰ মূল ইংৰাজী গ্ৰন্থ শিক্ষা(Shiksha)ৰ প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে কৰা অসমীয়া অনুবাদ। গ্ৰন্থখনত লেখকে দিল্লীৰ শিক্ষামন্ৰী হিচাপে লাভ কৰা অভিজ্ঞতা বৰ্ণনা কৰিছে।

হালনাগাদ: ১০ মাৰ্চ ২০২৫ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শিক্ষা (ইংৰাজী: Shiksha) (২০২২) দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মনীষ সিসোদিয়াৰ মূল ইংৰাজী গ্ৰন্থ শিক্ষা(Shiksha)ৰ প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে কৰা অসমীয়া অনুবাদ। গ্ৰন্থখনত লেখকে দিল্লীৰ শিক্ষামন্ৰী হিচাপে লাভ কৰা অভিজ্ঞতা বৰ্ণনা কৰিছে। আপ দলে দিল্লীত চৰকাৰ গঠন কৰাৰ পিছত শিক্ষা ক্ষেত্ৰলৈ কেতবোৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল। আত্মজীৱনীমূলক গ্ৰন্থখনত লেখকে দিল্লীৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোলৈ অহা পৰিৱৰ্তনবোৰৰ চাক্ষুস অভিজ্ঞতা বৰ্ণনা দিছে।১

বিষয়বস্তু

মনীষ সিসোদিয়াৰ মূল ইংৰাজী গ্ৰন্থখন ২੦১৯ চনত পেংগুইন ইণ্ডিয়াই প্ৰকাশ কৰিছিল। ২০২২ চনত অসম পাবলিচিং কোম্পানীয়ে গ্ৰন্থখনৰ অসমীয়া সংস্কৰণটো প্ৰকাশ কৰে। গ্ৰন্থখনত দুটা ভাগ আছে। প্ৰথম ভাগটোৰ শীৰ্ষক হ'ল 'শিক্ষাৰ আধাৰ' আৰু দ্বিতীয় ভাগটোৰ শীৰ্ষক হ'ল 'শিক্ষা, এক আধাৰ'।১

তথ্যসূত্ৰ

  1. ↑ শিক্ষা, মূল: মনীষ সিসোদিয়া, অসমীয়া অনু: প্ৰকল্প ৰঞ্জন ভাগৱতী, অসম পাবলিচিং কোম্পানী, গুৱাহাটী, ২੦২২, ISBN 978-93-92305-40-5

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিক্ষা (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪৯০০৩০ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।