ল’ৰাবন্ধু ১৮৮৮ চনত১ (১৮৮৩ চনত২) নগাঁওৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ এখনি শিশু আলোচনী৷ এইখন অসমৰ প্ৰথম শিশু আলোচনী৷৩৪৫ ইয়াৰ সম্পাদক আছিল গুণাভিৰাম বৰুৱাৰ বৰপুত্ৰ কৰুণাভিৰাম বৰুৱা৷ ষোল্ল বছৰ বয়সতে আলোচনী সম্পাদনা কৰা কৰুণাভিৰাম বৰুৱাৰ অকালতে মৃত্যু হোৱাত মাত্ৰ দুটা সংখ্যা প্ৰকাশ হোৱাৰ পিছত আলোচনীখন বন্ধ হৈ যায়৷৬
তথ্যসূত্ৰ
- ↑ নেওগ, মহেশ্বৰ. (১৯৯৫ (অষ্টম প্ৰকাশ)). অসমীয়া সাহিত্যৰ ৰূপৰেখা. চন্দ্ৰ প্ৰকাশ. পৃ. ২৩৬
- ↑ নেওগ, ডিম্বেশ্বৰ. (১৯৯৯ (অষ্টম প্ৰকাশ)). নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী. শুৱনী প্ৰকাশ. পৃ. ৩৫৪
- ↑ শৰ্মা, হেমন্ত কুমাৰ. (১৯৯১). অসমীয়া সাহিত্যত দৃষ্টিপাত. বীণা লাইব্ৰেৰী. পৃ. ৩৭৬
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৬
- ↑ প্ৰিয়বন্ধু উন্মোচন..
- ↑ ফুকন, প্ৰসন্ন কুমাৰ. (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃ. ৩২০
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ল'ৰা বন্ধু (শিশু আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫২০০৭১ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।