অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

লিবিয়া (শ্ৰুতিকথা)

লিবিয়া (ইংৰাজী: Libya বা Libye, প্ৰাচীন গ্ৰীক: Λιβύη) নামটোৱে গ্ৰীক শ্ৰুতিকথাৰ বহুকেইটা চৰিত্ৰক বুজায়৷

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

লিবিয়া (ইংৰাজী: Libya বা Libye, প্ৰাচীন গ্ৰীক: Λιβύη১) নামটোৱে গ্ৰীক শ্ৰুতিকথাৰ বহুকেইটা চৰিত্ৰক বুজায়৷

অ'চেনিড

লিবিয়া গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷২৩ কিছুমান সংস্কৰণত তেওঁৰ মাতৃ পম্ফলিক্স আৰু ভগ্নী এছিয়া বুলিও কোৱা হৈছিল।৪ কিছুমান শ্ৰুতিকথাৰ মতে লিবিয়া সাগৰ দেৱতা ট্ৰাইটনৰ পত্নী৫ আৰু আৰু তেওঁ সম্ভৱতঃ নাছামন আৰু কেপহাৰাছক আম্ফিটেমিছলৈ লৈ যোৱা ট্ৰাইটনিয়ান নিম্ফকে ধৰি বহুকেইগৰাকী নিম্ফৰ মাতৃ আছিল।৬

ইজিপ্তৰ ৰাজকুমাৰী

লিবিয়া ইজিপ্তৰ ৰজা এপাফাছৰ কন্যা আছিল৷ তেওঁ সাগৰৰ দেৱতা প'জাইডনৰ সৈতে বিবাহ হৈছিল আৰু বেলুছ আৰু এজেন'ৰৰ মাতৃ হৈছিল।৭ তেওঁ উত্তৰ আফ্ৰিকাৰ প্ৰাচীন লিবিয়া দেশৰ প্ৰতিনিধিত্বমূলক দেৱী আৰু তেওঁৰ নামৰ পৰাই আধুনিক যুগৰ লিবিয়া নামটোৰ উৎপত্তি হৈছিল।৮

তথ্যসূত্ৰ

  1. ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 75. ISBN 9780786471119
  2. ↑ Hesiod, থিঅ'গনি 351
  3. ↑ Kerényi, Carl. (1951). The Gods of the Greeks. Thames and Hudson. পৃ. 41
  4. ↑ Tzetzes ad Lycophron, 894 (Gk text); Andron of Halicarnassus fr. 7 Fowler = FGrHist 10 F 7 (Fowler 2000, p. 42; Fowler 2013, p. 13; Bouzek and Graninger, p. 12. Fowler 2013, p. 15, calls Pompholyge, a name found nowhere else, an ad hoc invention.)
  5. ↑ Apollonius of Rhodes, 4.1323, 1358 & 1742
  6. ↑ Apollonius of Rhodes, 4.1495–1450
  7. ↑ Hyginus, Fabulae 160
  8. ↑ Marshall, Eireann. Cultural Identity in the Roman Empire. Routledge. পৃ. 49–63. ISBN 0-415-13594-X

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিবিয়া (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৬৩২৬৩৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।