অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিহিৰ কান্তি চৌধুৰী

মিহিৰ কান্তি চৌধুৰী (জন্ম: ১৯৪৭) এজন ভাৰতীয় অজৈৱ ৰসায়নবিদ তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য।তেওঁ ডাই হাইড্ৰজেনৰ যৌগ সংশ্লেষণ আৰু ধাতু আৰু অধাতুৰ ফ্লৰিন যৌগৰ অধ্যয়নৰ বাবে জনাজাত। তেওঁ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ নিৰ্বাচিত ফেল'।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মিহিৰ কান্তি চৌধুৰী (জন্ম: ১৯৪৭) এজন ভাৰতীয় অজৈৱ ৰসায়নবিদ তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য।১তেওঁ ডাই হাইড্ৰজেনৰ যৌগ সংশ্লেষণ আৰু ধাতু আৰু অধাতুৰ ফ্লৰিন যৌগৰ অধ্যয়নৰ বাবে জনাজাত।২ তেওঁ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ নিৰ্বাচিত ফেল'।৩৪ ভাৰত চৰকাৰে তেওঁক ৰসায়ন বিজ্ঞানৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ১৯৮৯ চনত শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে। এই বঁটা ভাৰতৰ সৰ্বোচ্চ বৈজ্ঞানিক বঁটা।৫

তথ্যসূত্ৰ

  1. ↑ (2016). Vice-Chancellor, Tezpur University. Tezpur University
  2. ↑ (2016). Brief Profile of the Awardee. Shanti Swarup Bhatnagar Prize
  3. ↑ (2016). Indian fellow. Indian National Science Academy
  4. ↑ (2016). Fellow profile. Indian Academy of Sciences
  5. ↑ (2016). View Bhatnagar Awardees. Shanti Swarup Bhatnagar Prize

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিজ্ঞানীৰসায়নবিদশান্তি স্বৰূপ ভাটনাগৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিহিৰ কান্তি চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৩৮২৬৪৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।