অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰশান্ত গোস্বামী

প্ৰশান্ত গোস্বামী (জন্ম ১৯৫৯) এজন ভাৰতীয় গাণিতিক ভূবিজ্ঞানী, জলবায়ু বিজ্ঞানী আৰু নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উন্নয়ন অধ্যয়ন প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান। পূৰ্বতে তেওঁ চতুৰ্থ পাৰাডিগ্ম প্ৰতিষ্ঠানত বিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

প্ৰশান্ত গোস্বামী (জন্ম ১৯৫৯) এজন ভাৰতীয় গাণিতিক ভূবিজ্ঞানী, জলবায়ু বিজ্ঞানী আৰু নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উন্নয়ন অধ্যয়ন প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান। পূৰ্বতে তেওঁ চতুৰ্থ পাৰাডিগ্ম প্ৰতিষ্ঠানত বিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১ তেওঁ ক্ৰান্তীয় বায়ুমণ্ডলৰ চলকীয় পৰিৱৰ্তনৰ অধ্যয়নৰ বাবে বিশেষ ভাবে জনাজাত।২ ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০০১ চনত বিজ্ঞানৰ শ্ৰেষ্ঠ পুৰস্কাৰ শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে।৩

নিৰ্বাচিত গৱেষণা পত্ৰ

  • Prashant Goswami, Upadhayula Suryanarayana Murty, Srinivasa Rao Mutheneni, Avinash Kukkuthady, Swathi Trithala Krishnan. A Model of Malaria Epidemiology Involving Weather, Exposure and Transmission Applied to North East India. PLoS One
  • Jurismita Baruah, Prashant Goswami. Dynamical model of daily CO concentration over Delhi: assessment of forecast potential. Current Science. পৃ. 1369–1374
  • Munnu Singh, Neha Guleria, Eranki Prakasa Rao, Prashant Goswami. Efficient C sequestration and benefits of medicinal vetiver cropping in tropical regions. Agronomy for Sustainable Development. পৃ. .603–607
  • Krushna Chandra Gouda, Nagaraj Bhat, Prashant Goswami. Wind Analysis of Cyclone "Neelam" using Remote Sensing and Reanalysis Data. Proc. of the 8th Asia-Pacific Conference on Wind Engineering
  • Prashant Goswami, Himesh Shivappa, Santhaveeranna Goud. Comparative analysis of the role of domain size, horizontal resolution and initial conditions in the simulation of tropical heavy rainfall events. Meteorological Applications. পৃ. 170–178
  • Prashant Goswami and Swapan Mallick. Objective Bias Correction for Improved Skill in Forecasting Diurnal Cycles of Temperature over Multiple Locations: The Summer Case. Weather and Forecasting. পৃ. 26–43
  • Prashant Goswami, Swapan Mallick and K. C. Gouda. (2011). Objective Debiasing for Improved Forecasting of Tropical Cyclone Intensity with a Global Circulation Model. Monthly Weather Review. পৃ. 2471–2487

তথ্যসূত্ৰ

  1. ↑ (19 April 2015). India losing 'virtual water' through food exports. Business Standard
  2. ↑ (2016). Brief Profile of the Awardee. Shanti Swarup Bhatnagar Prize
  3. ↑ (2016). View Bhatnagar Awardees. Shanti Swarup Bhatnagar Prize

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিজ্ঞানীবতৰ বিজ্ঞানীশান্তি স্বৰূপ ভাটনাগৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰশান্ত গোস্বামী” প্ৰবন্ধৰ সংশোধন ৬২৪৯১৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।