অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মালৱল্লী মহাদেৱস্বামী

কৃষ্ণপুৰা মদৈয়া মহাদেৱস্বামী (মালৱল্লী মহাদেৱস্বামী নামেৰে পৰিচিত) হ'ল এজন ভাৰতীয় কন্নড় লোকগীতৰ গায়ক। মন্তেস্বামী, সিদ্দপ্পাজী আৰু মালে মহাদেশৰ ওপৰত গোৱা লোক আৰু ভক্তিমূলক গীতৰ বাবে তেওঁ পৰিচিত।

হালনাগাদ: ২৮ অক্টোবৰ ২০২৫ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

কৃষ্ণপুৰা মদৈয়া মহাদেৱস্বামী (মালৱল্লী মহাদেৱস্বামী নামেৰে পৰিচিত) হ'ল এজন ভাৰতীয় কন্নড় লোকগীতৰ গায়ক।১ মন্তেস্বামী, সিদ্দপ্পাজী আৰু মালে মহাদেশৰ ওপৰত গোৱা লোক আৰু ভক্তিমূলক গীতৰ বাবে তেওঁ পৰিচিত। কৰ্ণাটক চৰকাৰে তেওঁক ৰাজ্যোৎসৱ প্ৰশস্তি আৰু মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰীৰে সন্মানিত কৰিছে।২

প্ৰাথমিক জীৱন

মহাদেৱস্বামীৰ জন্ম হৈছিল মালৱল্লী তালুকৰ কৃষপুৰা গাঁৱৰ দলিত পৰিয়ালত। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল শ্বেহনাই মদৈয়া আৰু সোবানে মাঞ্চম্মা।৩ তেওঁ এছ এছ এল চিলৈকে পঢ়িছিল।

কেৰিয়াৰ

তেওঁ মহাদেৱস্বামীয়ে মন্তেস্বামী, সিদ্দপ্পাজী আৰু মালে মাদপ্পা গীত গাবলৈ আৰম্ভ কৰি জনপ্ৰিয় হৈ পৰে। তেওঁ নীলাগৰা পৰম্পৰাৰ অন্তৰ্গত।৪৫ আটাইতকৈ জনপ্ৰিয় হৈছে "মাদেশ্বৰ দয়া বাৰাডে"। পিছলৈ তেওঁ এছ জানাকী, বাণী জয়ৰাম, সংগীতা কট্টী, এছ পি বালাসুব্ৰহ্মণ্যম, মঞ্জুলা গুৰুৰাজ, বি আৰ চায়া আদিৰ সৈতে গীত ৰেকৰ্ডিং কৰে।

গীতৰ বাবে জনপ্ৰিয় হৈ পৰা সিদ্দাপ্পজিয়া পাভাদাগালু নামৰ এখন ছবিত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।৬

আজিলৈকে মহাদেৱস্বামীয়ে ১০০০ৰো অধিক গীত ৰেকৰ্ডিং কৰিছে। তেওঁ ৪০ বছৰ ধৰি ৰাজ্য আৰু ৰাজ্যৰ বাহিৰত গীতৰ অনুষ্ঠান পৰিৱেশন কৰি আহিছে।৩

স্বীকৃতি

  • ৰাজ্যোৎসৱ প্ৰশাস্তি, কৰ্ণাটক চৰকাৰৰ দ্বাৰা কৰ্ণাটকৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা।৭
  • মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী।৮

তথ্যসূত্ৰ

  1. ↑ (22 March 2022). Mysore University confers honorary doctorate on Puneeth Rajkumar posthumously. The Hindu
  2. ↑ (18 October 2022). Dr. Malavalli Mahadevaswamy. Star of Mysore
  3. ↑ (14 March 2022). 'My good fortune to receive doctorate' – Folk singer Mahadevaswamy. Star of Mysore
  4. ↑ Sadananda R. (14 August 2017). A Fading Musical Tradition. Deccan HeraldSadananda R (14 August 2017)
  5. ↑ (8 April 2022). ಪರಂಪರೆಯ ತರಬೇತಿ ನೀಡಲು ಸಿದ್ಧ: ಮಳವಳ್ಳಿ ಮಹದೇವಸ್ವಾಮಿ. Prajavani"ಪರಂಪರೆಯ ತರಬೇತಿ ನೀಡಲು ಸಿದ್ಧ: ಮಳವಳ್ಳಿ ಮಹದೇವಸ್ವಾಮಿ"
  6. ↑ Sri Siddappaji Pavadagalu movie songs. Wynk.com
  7. ↑ Rajyotsava Prashasti winners. Karnataka Government Official Website
  8. ↑ (13 March 2022). University of Mysore to award Honorary Doctorate. Deccan Herald

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীলোকগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালৱল্লী মহাদেৱস্বামী” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৯০ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।