অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মামৰে ধৰা তৰোৱাল

মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। পটভূমি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাই একুৱাডাক্টত কাম কৰা শ্ৰমিকসকলৈ ৰচনা কৰা হৈছিল উপন্যাসখনৰ বিষয়বস্তুৰ মূল উৎস। বান্ধ নিৰ্মাণস্থলীত লাভ কৰা চাক্ষুষ অভিজ্ঞতাৰ আধাৰত উপন্যাসখন তেওঁ‌ ৰচনা কৰিছে।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। পটভূমি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাই একুৱাডাক্টত কাম কৰা শ্ৰমিকসকলৈ ৰচনা কৰা হৈছিল উপন্যাসখনৰ বিষয়বস্তুৰ মূল উৎস। বান্ধ নিৰ্মাণস্থলীত লাভ কৰা চাক্ষুষ অভিজ্ঞতাৰ আধাৰত উপন্যাসখন তেওঁ‌ ৰচনা কৰিছে। প্ৰথম সংস্কৰণ ১৯৮০ চন

চৰিত্ৰসমূহ

উপন্যাসখনৰ প্ৰধান চৰিত্ৰসমূহ:

  • যশোৱন্ত নাৰায়ণী
  • শম্ভু পাছোৱান
  • বসুমতী বুঢ়ী
  • শিবু ধাছলা
  • লিচু লেঙেৰা
  • বামু-ৰামু
  • ঠাকুৰ চাহাব
  • শাস্ত্ৰী
  • বলবীৰ স্বামী

পটভূমি

শ্ৰমিকসকলক ‘চাটাই’ কৰা কাম আৰম্ভ কৰাত তাৰেই প্ৰতিবাদত শ্ৰমিক লীডাৰ সকলে শ্ৰমিক আন্দোলন গঢ়ি তুলিছে। দীৰ্ঘদিনীয়া ধৰ্মঘটৰ ফলত শ্ৰমিকসকলৰ নাজল-নাথল অৱস্থা হোৱা আৰু অৱশেষত সুযোগ সন্ধানী ধুৰন্ধৰ লীডাৰসকলে শ্ৰমিকসকলক প্ৰতাৰণা কৰি মূৰ পোলোকা মৰা কাহিনীৰে উপন্যাসখন গঢ়ি তুলিছে।

বঁটা আৰু সন্মান

উপন্যাসখনৰ বাবে গোস্বামীয়ে ১৯৮২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। ২০০০ চনত জ্ঞানপীঠ বঁটা বিজয়ী।

১

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য. সাহিত্য অকাডেমি

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাসসাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মামৰে ধৰা তৰোৱাল” প্ৰবন্ধৰ সংশোধন ৪৬৪৭২০ (১৭ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।