অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাচেত্তিৰা ৰাজু পুভাম্মা

মাচেত্তিৰা ৰাজু পুভাম্মা (জন্মঃ ৫ জুন ১৯৯০) এগৰাকী ভাৰতীয় মহিলা দৌৰবিদ। তেওঁ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে। তেওঁ ২০০৮ চনৰ বেইজিং অলিম্পিকত অংশগ্ৰহন কৰিছিল। বৰ্তমান এছিয়াত পুভাম্মাৰ স্থান হল দ্বিতীয়।

হালনাগাদ: ২৯ ডিচেম্বৰ ২০২৫ ৮৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মাচেত্তিৰা ৰাজু পুভাম্মা (জন্মঃ ৫ জুন ১৯৯০) এগৰাকী ভাৰতীয় মহিলা দৌৰবিদ। তেওঁ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে।১ তেওঁ ২০০৮ চনৰ বেইজিং অলিম্পিকত অংশগ্ৰহন কৰিছিল। বৰ্তমান এছিয়াত পুভাম্মাৰ স্থান হল দ্বিতীয়। ক্ৰীড়াবিদ হিচাপে উল্লেখ্যযোগ্য অৱদানৰ বাবে তেওঁ ২০১৫ চনত অৰ্জুন বঁটা লাভ কৰিছে।

প্ৰাৰম্ভিক জীৱন

পুভাম্মা ১৯৯০ চনৰ ৫ জুনত জন্মগ্ৰহণ কৰিছিল।২ তেওঁ এম.জি. ৰাজু আৰু জাজি'ৰ কন্যা সন্তান। তেওঁ মেংগালোৰৰ পৰা প্ৰাথমিক আৰু উচ্চমাধ্যমিক শিক্ষা সম্পন্ন কৰে।৩ তাৰপিছত তেওঁ মেংগালোৰৰ এচ.ডি.এম কলেজ অফ বিজনেচ মেনেজমেন্টৰ পৰা ব্যৱসায় ব্যৱস্থাপনা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৪

প্ৰতিযোগিতাৰ বিৱৰণ

Representing
২০০৬বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপবেইজিং, চীনসপ্তম (h)৪০০ মিটাৰ৫৬.৩৯
২০০৭বিশ্ব যুৱ চেম্পিয়নশ্বিপঅস্ত্ৰাভা, চেক গণতন্ত্ৰসপ্তম৪০০ মিটাৰ৫৫.৪৯
২০০৮বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপব্যদগছজকজ, পোলেণ্ডঅষ্টম (h)৪০০ মিটাৰ৫৭.৯৪
কমনৱেলথ যুৱ ক্ৰীড়া ২০০৮পুনে, ভাৰতদ্বিতীয়৪০০ মিটাৰ৫৫.১৭
প্ৰথম৪x৪০০ মিটাৰ ৰিলে৩:৪২.০২
২০১৩এছিয়ান চেম্পিয়নশ্বিপপুনে, ভাৰতদ্বিতীয়৪০০ মিটাৰ৫৩.৩৭
প্ৰথম৪x৪০০ মিটাৰ ৰিলে৩:৩২.২৬
২০১৩ বিশ্ব এথলেটিকচ চেম্পিয়নশ্বিপমস্কো, ৰাছিয়াপঞ্চম (h)৪x৪০০ মিটাৰ ৰিলে৩:৩৮.৮১
২০১৪এছিয়ান গেমচইনচিয়ন, দক্ষিণ কোৰিয়াতৃতীয়৪০০ মিটাৰ৫২.৩৬
প্ৰথম৪x৪০০ মিটাৰ ৰিলে৩:২৮.৬৮
২০১৫বিশ্ব এথলেটিকচ চেম্পিয়নশ্বিপ ২০১৫বেইজিং, চীনচতুৰ্থদশ (h)৪×৪০০ মিটাৰ ৰিলে৩:২৯.০৮

তথ্যসূত্ৰ

  1. ↑ (2013-04-25). Poovamma, India’s newest quarter-miler. The Indian Express
  2. ↑ M. R. Poovamma profile. Yahoo
  3. ↑ (2 Swptember 2008). Poovamma - Youngest Indian athlete in Beijing. Mangalorean
  4. ↑ (4 August 2013). Confident Poovamma eyes more glory. Daily Pioneer

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ এথলীটভাৰতীয় অলিম্পিক প্ৰতিযোগীঅৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাচেত্তিৰা ৰাজু পুভাম্মা” প্ৰবন্ধৰ সংশোধন ৫৬৬৬২২ (২৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।