অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মনপ্ৰীত আখতাৰ

মনপ্ৰীত আখতাৰ (১৯৬৫ – ১৮ জানুৱাৰী ২০১৬) আছিল পঞ্জাবী লোকসংগীতৰ এগৰাকী ভাৰতীয় গায়িকা, যিয়ে বলীউড ছবিত প্লেবেক ছিংগাৰ হিচাপেও কাম কৰিছিল। তেওঁ কণ্ঠশিল্পী দিলশাদ আখতাৰৰ ভগ্নী৷ কুছ কুছ হোতা হ্যায় (১৯৯৮) ছবিৰ "তুঝে য়াদ না মেৰী আয়ী" গীতটোৰ বাবে তেওঁক বেছিকৈ স্মৰণ কৰা হয়।

হালনাগাদ: ২৮ অক্টোবৰ ২০২৫ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

মনপ্ৰীত আখতাৰ (১৯৬৫ – ১৮ জানুৱাৰী ২০১৬)১ আছিল পঞ্জাবী লোকসংগীতৰ এগৰাকী ভাৰতীয় গায়িকা, যিয়ে বলীউড ছবিত প্লেবেক ছিংগাৰ হিচাপেও কাম কৰিছিল। তেওঁ কণ্ঠশিল্পী দিলশাদ আখতাৰৰ ভগ্নী৷ কুছ কুছ হোতা হ্যায় (১৯৯৮) ছবিৰ "তুঝে য়াদ না মেৰী আয়ী" গীতটোৰ বাবে তেওঁক বেছিকৈ স্মৰণ কৰা হয়।

জীৱন

১৯৬৩ বা ১৯৬৪ চনত ভাৰতৰ ফৰিদকোট জিলাৰ কোটকাপুৰাত জন্মগ্ৰহণ কৰিছিল মনপ্ৰীতে৷ জন্ম বছৰটো অনিশ্চিত। মনপ্ৰীতৰ পৰিয়ালক পাঞ্জাবী গায়কৰ পৰিয়াল বুলি গণ্য কৰা হয়, এই পৰিয়ালত তেওঁৰ পিতৃ কেৰে খান শোকীন আৰু ককাক ছাবেৰ হুছেইন ছাবেৰক পাঞ্জাবী গায়কৰ আদি স্তম্ভ বুলি গণ্য কৰা হয়। মনপ্ৰীতৰ ভাতৃ দিলছাদ আখতাৰো আছিল পাঞ্জাবী গায়ক। ২০১৬ চনৰ ১৭ জানুৱাৰীৰ পুৱা হাৰ্ট এটেকত আক্ৰান্ত হৈ মনপ্ৰীত আখতাৰৰ মৃত্যু হয়।

জনপ্ৰিয় গীত

  • নিকড়ী সূঈ (লোকগীত)
  • বেৰীএ নীঁ তৈনূঁ বেৰ লগ্গণগে
  • বস ইক্ক গেড়া গিদ্ধে ৱিচ
  • তৈনূঁ সুত্তিআ খ়বৰ না কাঈ
  • আখে লগ্গ জা মন্ন লৈ মিত্তৰাং দে কহিণে

চলচ্চিত্ৰৰ গীত

  • মেয় ৱাৰী মেয় ৱাৰী মেৰী সম্মীএ (চলচ্চিত্ৰ- জী আইয়াঁ নূঁ)
  • তুম গএ গম নহীঁ (চলচ্চিত্ৰ- জ়িন্দগী খূবসূৰত হ্যায়),
  • তেৰী মেৰী জোড়ী (পঞ্জাব বোলদা)
  • জাগো (চলচ্চিত্ৰ- হাণী)
  • তুঝে য়াদ না মেৰী আয়ী (চলচ্চিত্ৰ- কুছ কুছ হোতা হ্যায়)

তথ্যসূত্ৰ

  1. ↑ (18 January 2016). Punjabi singer Manpreet Akhtar dies of heart attack. The Tribune

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা কণ্ঠশিল্পীব্যক্তিগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনপ্ৰীত আখতাৰ” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৩১ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।