অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লোপামুদ্ৰা মিত্ৰ

লোপামুদ্ৰা মিত্ৰ এগৰাকী ভাৰতীয় সংগীত শিল্পী। তেওঁ মূলতঃ এজন বিশিষ্ট ৰবীন্দ্ৰ সংগীত আৰু আধুনিক বাংলা গানৰ শিল্পী আৰু গীতিকাৰ। ২০০১ চনত তেওঁ কলকাতাৰ সুৰকাৰ তথা পৰিচালক জয় চৰকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ উল্লেখযোগ্য এলবাম হ’ল হৰি হে দীনবন্ধু আৰু মন ফকিৰা।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

লোপামুদ্ৰা মিত্ৰ এগৰাকী ভাৰতীয় সংগীত শিল্পী। তেওঁ মূলতঃ এজন বিশিষ্ট ৰবীন্দ্ৰ সংগীত আৰু আধুনিক বাংলা গানৰ শিল্পী আৰু গীতিকাৰ। ২০০১ চনত তেওঁ কলকাতাৰ সুৰকাৰ তথা পৰিচালক জয় চৰকাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ উল্লেখযোগ্য এলবাম হ’ল হৰি হে দীনবন্ধু আৰু মন ফকিৰা। তেওঁ গোৱা কেইটামান বিখ্যাত গীত হ'ল আমাৰ মতে তোৰ মতন কেউ নেই, বাংলা আমাৰ সৰ্ষে ইলিশ, গুজৰাট ২০০২। কৰ’না কালত মানুহক নিসংগতাৰ পৰা সকাহ দিয়াৰ বাবে সুৰ নামৰ এটা অনলাইন অনুষ্ঠান আৰম্ভ কৰিছিল।১২৩

প্ৰাথমিক জীৱন

ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ দক্ষিণ দিনাজপুৰৰ গংগাৰামপুৰত লোপামুদ্ৰ মিত্ৰৰ জন্ম হৈছিল আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হয়। তেওঁ প্ৰথমে দেউতাকৰ পৰা গান শিকিছিল। ইয়াৰ পিছত তেওঁ মাতৃৰ লগতে আন বহু বিশিষ্ট শিল্পীৰ পৰা সংগীতৰ শিক্ষা লাভ কৰে।

এলবামসমূহ

আধুনিক গান আৰু ৰবীন্দ্ৰনাথেৰ গানৰ এলবাম

  • অন্য হাওয়া
  • নতুন গানেৰ নৌকা বাওয়া
  • ভিতৰ ঘৰে বৃষ্টি
  • অকাৰণ
  • সাঁকোটা দুলছে
  • ভালবাসতে বলো (২০০১ চনৰ পূজাৰ এলবাম)
  • বিশ্বময় (ৰবীন্দ্ৰ সঙ্গীত)
  • কথা শেষে (ৰবীন্দ্ৰ সঙ্গীত)
  • হৰি হে দীনবন্ধু
  • এই অবেলায় (২০০৩ চনৰ পূজাৰ এলবাম)
  • ও মোৰ দৰদিয়া (ৰবীন্দ্ৰ সঙ্গীত)
  • ঝড় হতে পাৰি
  • কবিতা থেকে গান
  • ডাকছে আকাশ
  • মনে ৰেখো (২০০৬ চনৰ ৰবীন্দ্ৰ সঙ্গীত)
  • এমনও হয় (২০০৬)
  • আনন্দ
  • ছাতা ধৰ
  • মন ফকিৰা (বাংলা লোক গান)

তথ্যসূত্ৰ

  1. ↑ (2020-07-10). এই অশান্ত সময়ে আত্মশুদ্ধিৰ 'সুৰ'-এ লোপামুদ্ৰা, জয়, শঙ্খমালা. News18 Bengali
  2. ↑ সংবাদদাতা, নিজস্ব. Lopamudra Mitra: ‘আপ জ্যায়সা কোই’ থেকে ‘বেণীমাধব’, ছোটবেলা থেকেই আমি দুঃসাহসী: লোপামুদ্ৰা. www.anandabazar.com
  3. ↑ সংবাদদাতা, নিজস্ব. Lopamudra: আমাৰ সময়ে শুধু গাইলেই চলত, এই প্ৰজন্মেৰ শিল্পীদে ৰ লড়ে বাঁচতে হয়: লোপামুদ্ৰা মিত্ৰ. www.anandabazar.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা কণ্ঠশিল্পীগায়িকালোকগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোপামুদ্ৰা মিত্ৰ” প্ৰবন্ধৰ সংশোধন ৬০২৭০৪ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।