মণিকংকণা দত্ত১২ মুম্বাইত বাস কৰা এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁৰ ঘৰ অসমৰ গুৱাহাটীত। গুৱাহাটীৰ নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলত অধ্যয়ন কৰি পিছলৈ দিল্লী বিশ্ববিদ্যালয়ৰ মৈত্ৰেয়ী কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৩
অভিনয়
২০১০ চনত সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালনাত নিৰ্মিত আৰু ঐশ্বৰ্যা ৰায় আৰু হৃত্বিক ৰোশন অভিনীত ভাৰতীয় ছবি গুজাৰিশত অভিনয়ৰ যোগেৰে অভিনয়ত আত্মপ্ৰকাশ কৰে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Brook, Stephen. (20 September 2007). Vogue thinks big for Indian launch. Guardian UK
- ↑ Safe, Georgina. (24 April 2008). Moni Dutta lives the model dream. The Australian. News Limited
- ↑ AppMaster - the no-code platform for building web & mobile apps
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মণিকংকনা দত্ত” প্ৰবন্ধৰ সংশোধন ৫৯৭৮৯৪ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।