দৰং জিলা
৫ প্ৰবন্ধ
-
দৰং জিলা
দৰং জিলা অসম ৰাজ্যৰ মধ্য অংশত অৱস্থিত এখন প্ৰশাসনিক জিলা, যাৰ সদৰ আৰু একমাত্ৰ মহকুমা তেজপুৰ নহয়, মঙ্গলদৈ। ১৯৮৩ চনত অবিভক্ত দৰঙৰ বিভাজনৰ পাছত বৰ্তমানৰ দৰং জিলা গঠন হয় আৰু ২০০৪ চনত ইয়াৰ একাংশ পৃথক হৈ ওদালগুৰি জিলা গঠন হয়।
-
মঙলদৈ
মঙলদৈ অসমৰ দৰং জিলাৰ সদৰ নগৰ আৰু এক গুৰুত্বপূর্ণ প্ৰশাসনিক কেন্দ্ৰ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ আৰ্দ্ৰভূমি-ঘেঁষা এই নগৰখন ইতিহাস, নাম-উৎপত্তি আৰু ঔপনিৱেশিক শাসনব্যৱস্থাৰ বিকাশ-ধাৰাৰ সৈতে জড়িত।
-
মঙ্গলদৈ (লোকসভা সমষ্টি)
মঙ্গলদৈ লোকসভা সমষ্টি (Mangaldoi Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
অসম দক্ষতা বিশ্ববিদ্যালয়
অসম দক্ষতা বিশ্ববিদ্যালয় (Assam Skill University) অসমৰ দৰং জিলাৰ সদৰ মংগলদৈত অৱস্থিত। এইখন এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন The Assam Skill University Act, 2020 আইনৰ দ্বাৰা অসম বিধানসভাত গৃহীত কৰে আৰু ৩ ছেপ্টেম্বৰ, ২০২০ তাৰিখে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰে।
-
মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় দৰং জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান। দৰং জিলাৰ এই আগশাৰীৰ শিক্ষাপ্ৰতিষ্ঠানখনিৰ লাইখুটা স্থাপিত হৈছিল ১৯০৩ চনৰ আগষ্ট মাহৰ কোনো এক শনিবাৰে।