অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মগনলাল গান্ধী

মগনলাল খুশলচান্দ গান্ধী (Maganlal Khushalchand Gandhi; ১৮৮৩–১৯২৮) মোহনদাস কৰমচান্দ গান্ধীৰ এজন অনুৰাগী আছিল। তেওঁ মহাত্মাৰ এজন খুৰাৱকৰ নাতি আছিল, আৰু ১৯২৮ চনৰ ২৩ এপ্ৰিলত পাটনাত টাইফইড ৰোগত তেওঁৰ মৃত্যু হয়। মগনলাল গান্ধীক মোহনদাস গান্ধীয়ে তেওঁৰ বহুতো কামত জড়িত কৰাইছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

মগনলাল খুশলচান্দ গান্ধী (Maganlal Khushalchand Gandhi; ১৮৮৩–১৯২৮) মোহনদাস কৰমচান্দ গান্ধীৰ এজন অনুৰাগী আছিল। তেওঁ মহাত্মাৰ এজন খুৰাৱকৰ নাতি আছিল, আৰু ১৯২৮ চনৰ ২৩ এপ্ৰিলত পাটনাত টাইফইড ৰোগত তেওঁৰ মৃত্যু হয়।

মগনলাল গান্ধীক মোহনদাস গান্ধীয়ে তেওঁৰ বহুতো কামত জড়িত কৰাইছিল। মগনলালৰ মতে সত্যাগ্ৰহ শব্দটোৱে গান্ধীৰ অহিংসা পদ্ধতিৰ সংজ্ঞা দিব পাৰে। গান্ধীয়ে কৈছিল- মগনলাল সবৰমতী আশ্ৰমৰ হৃদয় আৰু আত্মা স্বৰূপ আছিল। তেওঁ ১৯০৩ চনত দক্ষিণ আফ্ৰিকাত গান্ধীক অনুসৰণ কৰিছিল। পিছে অৱশেষত তেওঁ খুৰাকৰ স্বআৰোপিত অৰ্থহীনতাকেই অনুসৰণ কৰে আৰু ফণিক্স ছেটেলমেণ্টত যোগদান কৰে।

তথ্য সংগ্ৰহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মগনলাল গান্ধী” প্ৰবন্ধৰ সংশোধন ৩৮৫৬৪১ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।