অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহৰ্ষি ভৰত

মহৰ্ষি ভৰত (Mohorkhi bharat) সংগীত জগতৰ এক স্মৰণীয় নাম।

হালনাগাদ: ৪ অক্টোবৰ ২০২৫ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মহৰ্ষি ভৰত (Mohorkhi bharat) সংগীত জগতৰ এক স্মৰণীয় নাম।১

জম্ম

  • মহৰ্ষি ভৰতৰ জন্ম সম্বন্ধে বহুতো মত পোৱা যায়।
  • ১ম মত অনুসৰি তেওঁৰ জন্ম হৈছিল খৃঃ পূৰ্ব ২য়ত। ১ মত অনুসৰি চতুৰ্থৰ পৰা পঞ্চম ৰ ভিতৰত। ১

কৰ্মজীৱন

তেখেতে ভৰত নাট্য শাস্ত্ৰ আৰু সঙ্গীতৰ লগত জড়িত আছিলে। ১

গ্ৰন্থৰাজি

  • ভৰত মুনিয়ে যি দুখন বীণাৰ চৰ্চা কৰিছিল তাৰ ভিতৰত ৭ডাল তাৰ থকা বীণা নাম আছিল "চিত্ৰাবীণা।"
  • ২১ডাল তাৰ থকা বীণাখনৰ নাম আছিল বিপঞ্চবীণা। ১

তথ্যসূত্ৰ

  1. ↑ সৰল সঙ্গীত শাস্ত্ৰ, নন্দকিশোৰ চৌধৰী, দ্বিতীয় প্ৰকাশ,৫ ছেপ্টেম্বৰ ২০১৪, পৃষ্ঠা নং ১১৮

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহৰ্ষি ভৰত” প্ৰবন্ধৰ সংশোধন ৫৪১৮১৮ (৪ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।