অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভেড়া

ভেড়া হৈছে এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু। ইহঁত আৰ্টিঅডাকটাইলা বৰ্গৰ অন্তৰ্গত অভিছ গণৰ প্ৰজাতি। ইউৰোপ আৰু এছিয়াৰ বন্য Mouflonৰ পৰা ভেড়াৰ উদ্ভৱ হৈছিল। ইহঁতক কৃষি, ঊণ, মাংস আৰু গাখীৰৰ বাবে পালন কৰা হয়। ভেড়াৰ ঊণ হৈছে একপ্ৰকাৰৰ বহুল ব্যৱহৃত জৈৱিক আঁহ।

হালনাগাদ: ১০ জানুৱাৰী ২০১৮ ৪৮ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ভেড়া হৈছে এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু। ইহঁত আৰ্টিঅডাকটাইলা বৰ্গৰ অন্তৰ্গত অভিছ গণৰ প্ৰজাতি।

ইউৰোপ আৰু এছিয়াৰ বন্য Mouflonৰ পৰা ভেড়াৰ উদ্ভৱ হৈছিল। ইহঁতক কৃষি, ঊণ, মাংস আৰু গাখীৰৰ বাবে পালন কৰা হয়। ভেড়াৰ ঊণ হৈছে একপ্ৰকাৰৰ বহুল ব্যৱহৃত জৈৱিক আঁহ। ইয়াৰোপৰি বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাতো ইহঁতক ব্যৱহাৰ কৰা হয়।

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেড়া” প্ৰবন্ধৰ সংশোধন ১৭৩০৩২ (১০ জানুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।