অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাৰতী ছিয়াল

ভাৰতী ধীৰুভাই ছিয়াল (Bharti Dhirubhai Shiyal)এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে গুজৰাটৰ ভৱনগৰৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে ২০১২ চনত ভৱনগৰ জিলাৰ তালাজাৰ পৰা গুজৰাট বিধানসভালৈ নিৰ্বাচিত হৈছিল।

হালনাগাদ: ১৭ ফেব্ৰুৱাৰী ২০২৫ ৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ভাৰতী ধীৰুভাই ছিয়াল (Bharti Dhirubhai Shiyal)এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হিচাপে গুজৰাটৰ ভৱনগৰৰ পৰা ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে ২০১২ চনত ভৱনগৰ জিলাৰ তালাজা১ৰ পৰা গুজৰাট বিধানসভালৈ নিৰ্বাচিত হৈছিল। পেছাত তেওঁ আয়ুৰ্বেদিক চিকিৎসক-পৰামৰ্শদাতা।২ গুজৰাটৰ কলি সম্প্ৰদায়ৰ।৩ তেওঁ বিজেপিৰ এগৰাকী ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী।৪

তথ্যসূত্ৰ

  1. ↑ Talaja (Gujarat) Assembly Constituency Elections. Elections.in
  2. ↑ (25 November 2012). Winning cure: BJP, Congress turn to doctors. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (April 28, 2014). BJP-Congress eye Koli votes to combat AAP in Bhavnagar Lok Sabha seat. India Today
  4. ↑ (27 September 2000). Bhavnagar MP now nat'l VP of BJP. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতী ছিয়াল” প্ৰবন্ধৰ সংশোধন ৪৭৮৬৭৭ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।