অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বৰ্ণিতা বাগচী

বৰ্ণিতা বাগচী (ইংৰাজী: Barita Bagchi; জন্ম: ১২ জুন ১৯৭৩) এগৰাকী বাংলাভাষী ভাৰতীয় নাৰীবাদী উকীল, ইতিহাসবিদ আৰু সাহিত্যিক। আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আৰু ইয়াৰ পূৰ্বে উট্ৰেখ্ট বিশ্ববিদ্যালয়ৰ সাহিত্য অধ্যয়ন অনুষদৰ সদস্য আৰু তাৰ আগতে কলিকতা বিশ্ববিদ্যালয়ৰ উন্নয়ন অধ্যয়ন…

হালনাগাদ: ১০ আগষ্ট ২০২৬ ৪০৭ শব্দ · ২ মিনিট সংগৃহীত ৩৬
সংশোধনৰ পৰামৰ্শ

বৰ্ণিতা বাগচী (ইংৰাজী ভাষা: Barita Bagchi; জন্ম: ১২ জুন ১৯৭৩) এগৰাকী বঙালী ভাষাভাষী ভাৰতীয় নাৰীবাদী উকীল, ইতিহাসবিদ আৰু সাহিত্যিক। আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আৰু ইয়াৰ পূৰ্বে উট্ৰেখ্ট বিশ্ববিদ্যালয়ৰ সাহিত্য অধ্যয়ন অনুষদৰ সদস্য আৰু তাৰ আগতে কলিকতা বিশ্ববিদ্যালয়ৰ উন্নয়ন অধ্যয়ন প্ৰতিষ্ঠানৰ সদস্য আছিল। তেওঁ কলিকতাৰ জাদৱপুৰ বিশ্ববিদ্যালয়, অক্সফৰ্ডৰ ছেইণ্ট হিল্ডা কলেজ আৰু কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত অধ্যয়ন কৰে।১

বৰ্ণিতা বাগচী এগৰাকী নাৰীবাদী ইতিহাসবিদ, লেখিকা তথা ছোৱালী আৰু মহিলা শিক্ষাৰ গৱেষক। বাংলা আৰু দক্ষিণ এছিয়াৰ নাৰীবাদী বেগম ৰকেয়া সাখাৱত হোছেইনৰ অনুবাদক হিচাপেও তেওঁ সুপৰিচিত৷

বৰ্ণিতা বাগচী অৰ্থনীতিবিদ অমিয়া কুমাৰ বাগচী আৰু নাৰীবাদী সমালোচক আৰু কৰ্মী যশোধৰা বাগচীৰ কন্যা৷

নিৰ্বাচিত ৰচনা

  • নমনীয় ছাত্ৰ আৰু পৰ্যাপ্ত স্ব-পৰিচালক: মহিলা শিক্ষাৰ পাঁচখন ব্ৰিটিছ মহিলা লেখিকাৰ বিৱৰণ, ১৭৭৮-১৮১৪ (২০০৪)
  • ইতিহাসৰ ৱেব: আৰম্ভণিৰ পৰা উত্তৰ-ঔপনিৱেশিক ভাৰতলৈ তথ্য, যোগাযোগ আৰু প্ৰযুক্তি (অমিয়া কুমাৰ বাগচি আৰু দিপাংকৰ সিনহাৰ সৈতে সহ-সম্পাদক, ২০০৫)
  • চুলতানৰ সপোন আৰু পদ্মৰাগ: দুটা নাৰীবাদী ইউটোপিয়া, ৰকেয়া সখাৱত হোছেইনৰ লেখাৰ আংশিক অনুবাদ আৰু বৰিতা বাগচিৰ পৰিচয়। (২০০৫)
  • 'In Tarini Bhavan: Rokeya Sakhawat Hossains Padmarag und der Reichtum des südasiatischen Feminismus in der Förderung nicht konfessionsgebundener, den Geschlechtern gerecht werdender menschlicher Entwicklung', in Wie schamlos doch die Mädchen geworden sind! Bildnis von Rokeya Sakhawat Hossain ed. G.A. Zakaria (Berlin: IKO—Verlag fur Interkulturelle Kommunikation, 2006)

বাহ্যিক সংযোগ

ৰিভিউ

তথ্যসূত্ৰ

  1. ↑ About Barnita

সম্পৰ্কিত শ্ৰেণী

ব্যক্তিবঙালী ব্যক্তিনাৰীবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ণিতা বাগচী” প্ৰবন্ধৰ সংশোধন ৬২৫৬৪৩ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।