অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিনীতা বল

বিনীতা বল আছিল নেচনেল ইনষ্টিটিউট অৱ ইমিউন’লজিৰ বিজ্ঞানী তথা বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ প্ৰধানমন্ত্ৰীৰ মহিলা বিজ্ঞানৰ টাস্ক ফ’ৰ্চৰ সদস্য।

হালনাগাদ: ৮ ডিচেম্বৰ ২০২৫ ৬২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বিনীতা বল আছিল নেচনেল ইনষ্টিটিউট অৱ ইমিউন’লজিৰ বিজ্ঞানী তথা বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ প্ৰধানমন্ত্ৰীৰ মহিলা বিজ্ঞানৰ টাস্ক ফ’ৰ্চৰ সদস্য।১২৩৪৫৬৭৮৯

শিক্ষা আৰু কেৰিয়াৰ

তেওঁ পুনে বিশ্ববিদ্যালয়ৰ পৰা এম বি বি এছ আৰু বোম্বে বিশ্ববিদ্যালয়ৰ হাফকাইন ইনষ্টিটিউটৰ পৰা মাইক্ৰ’বায়’লজীত এম ডি আৰু পিছলৈ লণ্ডনৰ ৰয়েল স্নাতকোত্তৰ মেডিকেল স্কুলত পোষ্ট ডক্টৰেট প্ৰশিক্ষণ গ্ৰহণ কৰে।১০১১১২১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Vineeta Bal. National Institute of Immunology, India
  2. ↑ (19 April 2016). Where are India's female scientists?. LiveMint
  3. ↑ (10 November 2015). INTERVIEW: Dr. Vineeta Bal, National Institute of Immunology
  4. ↑ (9 February 2015). Number of Women Scientists is Dismal: Experts. New Indian Express
  5. ↑ (7 August 2004). Women Scientists in India. Economic & Political Weekly
  6. ↑ (19 December 2011). Life expectancy in India lesser than Sri Lanka, Bangladesh: Expert. Times of India
  7. ↑ C.F. Bryce; D. Balasubramanian Et Al., Charles F.A. Bryce. (1 October 2004). Concepts in Biotechnology. Universities Press. পৃ. 474–. ISBN 978-81-7371-483-2
  8. ↑ (2004). DNA and Cell Biology. Mary Ann Liebert, Incorporated. পৃ. 442
  9. ↑ Task force committees. Department of Science & Technology Ministry of Science and Technology
  10. ↑ Curriculam Vitae. Thsti
  11. ↑ (2 September 2013). India: How Do Indian Women Fare in India's Science Labs?. Women's Feature Service
  12. ↑ (7 April 2010). When will India have its Own Madame Curie?. Mail Today
  13. ↑ PHISPC; Burma and Chakravorty. (1900). From Physiology and Chemistry to Biochemistry. Pearson Education India. পৃ. 468–. ISBN 978-81-317-5373-6

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদীব্যক্তিভাৰতীয় ব্যক্তিবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনীতা বল” প্ৰবন্ধৰ সংশোধন ৫৬২০৭৮ (৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।