অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ব্ৰহ্মপাল

ব্ৰহ্মপাল (Brahma Pala) হৈছে কামৰূপ ৰাজ্যৰ পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ কোনো সতি-সন্ততি নাছিল। সেয়ে শালস্তম্ভ বংশ লোপ পাইছিল। প্ৰজাবিলাকে পুৰণি নৰক বংশীয় কোঁৱৰ ব্ৰহ্মপালক ৰজা মনোনীত কৰিছিল। এওঁ ৯০০ খ্ৰীষ্টাব্দৰ পৰা ৯২০ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২১২ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ব্ৰহ্মপাল (Brahma Pala) হৈছে কামৰূপ ৰাজ্যৰ পাল ৰাজবংশ (কামৰূপ)ৰ প্ৰতিষ্ঠাপক।১ শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ কোনো সতি-সন্ততি নাছিল। সেয়ে শালস্তম্ভ বংশ লোপ পাইছিল। প্ৰজাবিলাকে পুৰণি নৰক বংশীয় কোঁৱৰ ব্ৰহ্মপালক ৰজা মনোনীত কৰিছিল।২ এওঁ ৯০০ খ্ৰীষ্টাব্দৰ পৰা ৯২০ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। তেওঁ কুলদেৱীক বিয়া কৰাইছিল। ইয়াৰ পিছত তেওঁলোকৰে পুত্ৰ ৰত্ন পালে ব্ৰহ্মপালৰ উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

লগতে চাওক

লগতে পঢ়ক

  • Vasu, Nagendranath. (1922). The Social History of Kamarupa
  • Tripathi, Chandra Dhar. (2008). Kamarupa-Kalinga-Mithila politico-cultural alignment in Eastern India: history, art, traditions. Indian Institute of Advanced Study. পৃ. 197
  • Wilt, Verne David. (1995). Kamarupa. V.D. Wilt. পৃ. 47
  • Majumdar, Ramesh Chandra. (1977). Ancient India. Motilal Banarsidass Publications. পৃ. 538
  • Kapoor, Subodh. (2002). Encyclopaedia of ancient Indian geography. Cosmo Publications. পৃ. 364
  • Sen, Sailendra Nath. (1999). Ancient Indian History and Civilization. New Age International. পৃ. 668
  • Kapoor, Subodh. (2002). The Indian encyclopaedia: biographical, historical, religious,administrative, ethnological, commercial and scientific. Genesis Publishing Pvt Ltd. পৃ. 320
  • Sarkar, Ichhimuddin. (1992). Aspects of historical geography of Pragjyotisha-Kamarupa (ancient Assam). Naya Prokash. পৃ. 295
  • Deka, Phani. (2007). The great Indian corridor in the east. Mittal Publications. পৃ. 404
  • Pathak, Guptajit. (2008). Assam's history and its graphics. Mittal Publications. পৃ. 211
  • Samiti, Kamarupa Anusandhana. (1984). Readings in the history & culture of Assam. Kamrupa Anusandhana Samiti. পৃ. 227

তথ্যসূত্ৰ

  1. ↑ Choudhury, P. C. The History of Civilization of the People of Assam to the Twelfth Century A.D
  2. ↑ ভূপেন্দ্ৰ নাথ চৌধুৰী. (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃ. ২১

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসপুৰণি আৰু মধ্যযুগীয় অসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰহ্মপাল” প্ৰবন্ধৰ সংশোধন ৬৩২৬৫৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।