অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বৰলা কাই (ধাৰাবাহিক)

বৰলা কাই হৈছে ৰং চেনেল যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি।

হালনাগাদ: ৯ নৱেম্বৰ ২০১৯ ৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বৰলা কাই হৈছে ৰং চেনেল যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। ধাৰাবাহিকখনে দৰ্শকৰ পৰা লাভ কৰে বিপুল সঁহাৰি।

অভিনয়ত

  • হিৰণ্য ডেকা (চুতিয়া ছাৰ আৰু কঠালগুতিয়া)
  • পৰাগ শৰ্মা (ভোলা)
  • কবিন্দ্ৰ দাস (কেৰপা)

লগতে চাওক

  • টেটুন তামুলিৰ লকৈ সংবাদ (ধাৰাবাহিক)

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰলা কাই (ধাৰাবাহিক)” প্ৰবন্ধৰ সংশোধন ২০৯৪১৪ (৯ নৱেম্বৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।