অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কৃষণ মহাৰাজ

১৯২৩ চনৰ বেনাৰসত এটা সংগীতময় পৰিয়ালত কৃষণ মহাৰাজৰ জন্ম হৈছিল। কৃষণ মহাৰাজে সংগীতজ্ঞ হৰি মহাৰাজৰ(পিতৃ) ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। পিতৃ মৃত্যু পাছত খুড়াক কণ্ঠে মহাৰাজে তেখেতক সংগীতৰ শিক্ষা প্ৰদান কৰিছিল।

হালনাগাদ: ১৩ জুলাই ২০২৩ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

১৯২৩ চনৰ বেনাৰসত এটা সংগীতময় পৰিয়ালত কৃষণ মহাৰাজৰ জন্ম হৈছিল। কৃষণ মহাৰাজে সংগীতজ্ঞ হৰি মহাৰাজৰ(পিতৃ) ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। পিতৃ মৃত্যু পাছত খুড়াক কণ্ঠে মহাৰাজে তেখেতক সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। কম বয়সৰ পৰা কৃষণ মহাৰাজে প্ৰখ্যাত সংগীত শিল্পী বৰে গোলাম আলি খান, ভীমসেন যোশী, ৰবি শংকৰ, আলী আকবৰ খান আদি সকলৰ সৈতে একে মঞ্চতে সংগীত পৰিৱেশন কৰা সুযোগ লাভ কৰিছিল। ১৯৭৩ চনত পদ্মশ্ৰী আৰু ২০০২ চনত পদ্মবিভূষণ সন্মানৰে সন্মানিত কৰা হৈছিল। কৃষণ মহাৰাজৰ মৃত্যু হয় ২০০৮ চনৰ ৪ মে'ত।

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীসংগীত নাটক একাডেমী বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ীসংগীত নাটক একাডেমী ফেলোশ্বিপ প্ৰাপকসংগীতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষণ মহাৰাজ” প্ৰবন্ধৰ সংশোধন ৩৭১৫২৮ (১৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।