অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বিলাতৰ চিঠি

বিলাতৰ চিঠি গ্ৰন্থখন হৈছে পত্ৰধৰ্মী ভ্ৰমণ সাহিত্যৰ অন্তৰ্গত এখন পুথি৷ গ্ৰন্থখনত জ্ঞানদাভিৰাম বৰুৱাই ইউৰোপলৈ যোৱাৰ অভিজ্ঞতা সম্পৰ্কে লিখিছে৷ এই পত্ৰবোৰ লেখকে বাঁহী কাকতলৈ প্ৰথমতে পঠিয়াইছিল৷ ধাৰাবাহিকভাৱে বাঁহীৰ প্ৰথম বছৰৰ দ্বিতীয় সংখ্যাৰ (১৯০৯ চন) পৰা প্ৰকাশ হয়।

হালনাগাদ: ৮ আগষ্ট ২০১৯ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বিলাতৰ চিঠি গ্ৰন্থখন হৈছে পত্ৰধৰ্মী ভ্ৰমণ সাহিত্যৰ অন্তৰ্গত এখন পুথি৷ গ্ৰন্থখনত জ্ঞানদাভিৰাম বৰুৱাই ইউৰোপলৈ যোৱাৰ অভিজ্ঞতা সম্পৰ্কে লিখিছে৷ এই পত্ৰবোৰ লেখকে বাঁহী কাকতলৈ প্ৰথমতে পঠিয়াইছিল৷ ধাৰাবাহিকভাৱে বাঁহীৰ প্ৰথম বছৰৰ দ্বিতীয় সংখ্যাৰ (১৯০৯ চন) পৰা প্ৰকাশ হয়। গ্ৰন্থ আকাৰে প্ৰথম প্ৰকাশ লাভ কৰে ১৯৪৮ চনত।১

তথ্যসূত্ৰ

  1. ↑ আধুনিক অসমীয়া ভ্ৰমণ সাহিত্য

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থসংকলন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিলাতৰ চিঠি” প্ৰবন্ধৰ সংশোধন ২০১৬২৩ (৮ আগষ্ট ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।