বিমান বৰুৱা (Biman Baruah) অসমৰ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু কণ্ঠশিল্পী। আধুনিক বিহুগীতৰ গীতিকাৰ আৰু শিল্পী হিচাপে তেওঁক বিশেষভাৱে জনা যায়।১
তথ্যসূত্ৰ
- ↑ কিয় বিজেপিত যোগদান কৰিলে বিমান বৰুৱাই?. youtube.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিমান বৰুৱা” প্ৰবন্ধৰ সংশোধন ৪৫৪০৬৭ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।