অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বিপন্ন প্ৰজাতি

বিপন্ন প্ৰজাতি বা বিলুপ্তপ্ৰায় প্ৰজাতি হৈছে প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা থকা কিছুমান জীৱ প্ৰজাতি যিবোৰক আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) ৰঙা তালিকাত অন্তৰ্ভুক্ত কৰিছে।

হালনাগাদ: ২৬ জুলাই ২০২৬ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

বিপন্ন প্ৰজাতি বা বিলুপ্তপ্ৰায় প্ৰজাতি হৈছে প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা থকা কিছুমান জীৱ প্ৰজাতি যিবোৰক আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) ৰঙা তালিকাত অন্তৰ্ভুক্ত কৰিছে। "বিপন্ন" হৈছে IUCN'ৰ বন্য জীৱসমষ্টিৰ সংৰক্ষণ স্থিতি সম্পৰ্কীয় পৰিকল্পনাত ঘোৰ সংকটজনক (CR)ৰ পাছতেই স্থান প্ৰাপ্ত দ্বিতীয় বৃহৎ বিভাগ।

২০১২ চনৰ আই ইউ চি এন ৰঙা তালিকাত সমগ্ৰ বিশ্বৰ ৩০৭৯টা প্ৰাণী আৰু ২৬৫৫টা উদ্ভিদ প্ৰজাতিক বিপন্ন (EN) হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।১ ১৯৯৮ চনত এই সংখ্যা আছিল ক্ৰমে, ১১০২ আৰু ১১৯৭।

বহু ৰাষ্ট্ৰই সংৰক্ষণ-নিৰ্ভৰ প্ৰজাতিসমূহৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে: যেনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নিষিদ্ধকৰণ।

আই ইউ চি এন ৰঙা তালিকা

আই ইউ চি এন ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমূহৰ লৈখিক চিত্ৰ।

প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা (IUCN, অস্থায়ীভাৱে বিশ্ব সংৰক্ষণ সংস্থা ১৯৯০-২০০৮)দ্বাৰা প্ৰকাশিত ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমূহ:

+কম সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড (সংস্কৰণ ৩.১)বিৱৰণ
ন্যূনতম সংকটজনক (LC or LR/lc), সকলোতকৈ কম সংকটগ্ৰস্ত। সহজে আৰু বিস্তৃত ক্ষেত্ৰত দেখা যোৱা প্ৰজাতিবোৰ এই বিভাগৰ অন্তৰ্গত।
Status iucn3.1 NT as.svgসংকটাসন্ন (NT or LR/nt), অদূৰ ভবিষ্যতে সংকটগ্ৰস্ত হৈ পৰাৰ প্ৰৱণতা দেখা গৈছে।
বৰ্তমান ৰঙা তালিকাৰ অন্তৰ্ভুক্ত নহয়সংৰক্ষণ নিৰ্ভৰ (LR/cd), বিশেষ আৱাস বা বিশেষ শ্ৰেণীৰ জীৱ যিবোৰ বিশেষ পৰিকল্পনা অনুহৰি সংৰক্ষণ কৰা হৈছে, অন্যথা সংকটজনক বিভাগত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।
+সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড (সংস্কৰণ ৩.১)বিৱৰণ
Status iucn3.1 VU as.svgঅসুৰক্ষিত (VU), প্ৰকৃতিত বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে।
Status iucn3.1 EN as.svgবিলুপ্তপ্ৰায় (EN), প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে।
Status iucn3.1 CR as.svgঘোৰ সংকটজনক (CR), প্ৰকৃতিত বিলুপ্ত হোৱাৰ তীব্ৰ সম্ভাৱনা আছে।
+অন্যান্য বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড (সংস্কৰণ ৩.১)বিৱৰণ
Status iucn3.1 EW as.svgঅৰণ্যত বিলুপ্ত (EW), বন্য পৰিবেশত বা মূল আবাসত এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই। চিৰিয়াখানা অথবা আবদ্ধ পৰিবেশত অতি কমসংখ্য সদস্য জীয়াই আছে।
Status none DD.svgঅপৰিমিত তথ্য (DD), কোনটো বিভাগৰ অন্তৰ্ভুক্ত হব, সেই সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য-পাতি নাই।
Status none NE.svgঅমূল্যাঙ্কিত (NE), আই ইউ চি এনৰ দ্বাৰা এতিয়ালৈ কোনো মূল্যাঙ্কণ হোৱা নাই।
Status iucn3.1 PE.svgসংকটাসন্ন (PE), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
অৰণ্যত সংকটাসন্ন (PEW), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
ন্যূনতম সংকটাসন্ন (PLC), আই ইউ চি এনৰ হালধীয়া তালিকাৰ এটা বিভাগ। সংকটাসন্ন বিভাগৰ এটা উপ-বিভাগ।
বিলুপ্ত (EX), এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই।

লগতে চাওক

* ARKive * জৈৱ বৈচিত্ৰ্য * Cobthorn Trust * Critically Endangered * Endangered plants of Europe * Endangered Species Act * Ex-situ conservation * Extinction * Holocene extinction * Habitat fragmentation * Hawaiian honeycreeper conservation * In-situ conservation * আই ইউ চি এন ৰঙা তালিকা ** Critically Endangered species ** Endangered animal species* The Last Paradises: On the Track of Rare Animals (1967 film) * List of endangered species in India * List of endangered species in North America * List of National Wildlife Refuges established for endangered species * Overexploitation * NatureServe conservation status * Rare species * Red Data Book of the Russian Federation * Red-listedBlue-listed * Threatened species * United States Fish and Wildlife Service list of endangered species * * World Conservation Union (IUCN) * World Wide Fund for Nature (WWF)

গ্ৰন্থ পঞ্জী

  • Glenn, C. R. 2006. "Earth's Endangered Creatures".
  • Ishwaran, N., & Erdelen, W. (2005, May). Biodiversity Futures, Frontiers in Ecology and the Environment, 3(4), 179.
  • Kotiaho, J. S., Kaitala, V., Komonen, A., Päivinen, J. P., & Ehrlich, P. R. (2005, February 8). Predicting the Risk of Extinction from Shared Ecological Characteristics, proceedings of the National Academy of Sciences of the United States of America, 102(6), 1963-1967.
  • Minteer, B. A., & Collins, J. P. (2005, August). Why we need an "Ecological Ethics", Frontiers in Ecology and the Environment, 3(6), 332-337.
  • Raloff, J. (2006, August 5). Preserving Paradise, Science News, 170(6), 92.
  • Wilcove, D. S., & Master L. L. (2008, October). How Many Endangered Species are there in the United States? Frontiers in Ecology and the Environment, 3(8), 414-420.
  • Freedman, Bill. "Endangered species." Gale Encyclopedia of Science. Ed. K. Lee Lerner and Brenda Wilmoth Lerner. 4th ed. Detroit: Gale Group, 2008. Discovering Collection. Gale.
  • Chiras, Daniel D. "Invader Species." Grolier Multimedia Encyclopedia. Grolier Online, 2011.
  • "Endangered Species." Current Issues: Macmillan Social Science Library. Detroit: Gale, 2010.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2012). IUCN Red List version 2012.2: Table 2: Changes in numbers of species in the threatened categories (CR, EN, VU) from 1996 to 2012 (IUCN Red List version 2012.2) for the major taxonomic groups on the Red List. IUCN

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিপন্ন প্ৰজাতি” প্ৰবন্ধৰ সংশোধন ৬১৯৪৫২ (২৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।