বনি সেনগুপ্ত (Bonny Sengupta; জন্ম: ১০ আগষ্ট ১৯৯০; অনুপ্ৰিয় সেনগুপ্ত) এগৰাকী ভাৰতীয় বঙালী চলচ্চিত্ৰ অভিনেতা আৰু ৰাজনীতিবিদ। তেওঁৰ প্ৰথম দুখন চলচ্চিত্ৰ, বৰবাদ আৰু পাৰব না আমি ছাড়তে তোকে, পৰিচালক ৰাজ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰিছিল।
ব্যক্তিগত জীৱন
বনি সেনগুপ্তৰ পিতৃৰ নাম অনুপ সেনগুপ্ত আৰু মাতৃৰ নাম পিয়া সেনগুপ্ত। তেওঁ মঞ্চ অভিনেতা তথা পৰিচালক সুখেন দাসৰ নাতি। এটা পুৰণি সাক্ষাৎকাৰত তেওঁ নিজকে বঙালী চলচ্চিত্ৰ জগতৰ "লিডিং মʼষ্ট হিৰো" বুলি অভিহিত কৰিছিল,১ যাৰ বাবে তেওঁ সমালোচনাৰ সন্মুখীন হৈছিল।২৩৪
অভিনেতা হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰাৰ পূৰ্বে বনিয়ে যোদ্ধা: দ্য ৱাৰিয়ৰ নামৰ ছবিত পৰিচালক ৰাজ চক্ৰৱৰ্তীক সহায় কৰিছিল।৫
চলচ্চিত্ৰপুঞ্জী
| এই চিনে এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজাইছে |
| + | ||||
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | পৰিচালক | টোকা |
| ২০১৪ | বৰবাদ | জয় | ৰাজ চক্ৰবৰ্তী | প্ৰথম চলচ্চিত্ৰ পোল্লাধৱনৰ পুনৰ্নিৰ্মাণ |
| ২০১৫ | পাৰব না আমি ছাড়তে তোকে | শিবু | ৰাজ চক্ৰৱৰ্তী | উয়্যালা জাম্পালাৰ পুনৰ্নিৰ্মাণ |
| ২০১৭ | তোমাকে চাই | জয় | ৰাজীৱ কুমাৰ বিশ্বাস | সঞ্জু ৱেডছ গীতাৰ পুনৰ্নিৰ্মাণ |
| জিও পাগলা | সুজয় ওৰফে সুমনা | ৰবি কিনাগী | জয় মা কালি বৰ্ডিং নাটকৰ আধাৰত নিৰ্মিত মূল কাহিনী, বিৱি ঔৰ মকানৰ পুনৰ্নিৰ্মাণ। | |
| ২০১৮ | ৰাজা ৰাণী ৰাজি | ৰাজা | ৰাজীৱ কুমাৰ বিশ্বাস | বছ এংগিৰা ভাস্কৰণৰ পুনৰ্নিৰ্মাণ৬ |
| গাৰ্লফেণ্ড | উত্তম | ৰাজ চন্দ | চিনেমা চূপীস্থা মাভাৰ পুনৰ্নিৰ্মাণ | |
| মনে ৰেখো | লাকী আলী | ৱাজেদ আলী সুমন | বাংলাদেশী চলচ্চিত্ৰ | |
| ২০১৯ | কে তুমি নন্দিনী | আবিৰ | পথিকৃত বসু | ওম শান্তি ওশানাৰ পুনৰ্নিৰ্মাণ |
| ভূতচক্ৰ প্ৰাইভেট লিমিটেড | বনি ৰয় | হৰনাথ চক্ৰৱৰ্তী | আনান্দো ব্ৰহ্মাৰ পৰা শিথিলভাৱে অনুপ্ৰাণিত | |
| জানবাজ | বিক্ৰম | অনুপ সেনগুপ্ত | মাদুৰাই সম্বৱমৰ পৰা শিথিলভাৱে অনুপ্ৰাণিত | |
| ২০২০ | লাভ ষ্টʼৰী | অনিক | ৰাজীৱ কুমাৰ বিশ্বাস | অমৰ কাভিয়ামৰ পুনৰ্নিৰ্মাণ |
| বিয়ে.কম | অয়ন দাস | সুদেষ্ণা ৰায় আৰু অভিজিৎ গুহ | শুভাশিষ দাসৰ চুটিগল্প 'ডু ছামথিং কিউপিড'ৰ আধাৰত নিৰ্মিত এখন ছবি।৭ জি৫ মুক্তি | |
| ২০২১ | তুমি আসবে বলে | নন্দ | সুজিত মণ্ডল | |
| আজব প্ৰেমেৰ গল্প | দীপ্ত | ৰাজা চন্দ | জি৫ মুক্তি | |
| এফ আই আৰ নং ৩৩৯/০৭/০৬ | এছ আই নৰেন বসাক | জয়দীপ মুখাৰ্জী | ||
| ২০২২ | অন্তৰ্জাল | প্ৰাৰ্জুন মজুমদাৰ | ||
| হীৰকগড়েৰ হিৰে | সায়ন্তন ঘোষাল | জি৫ মুক্তি | ||
| জতুগৃহ | সপ্তস্ব বসু | |||
| আম্ৰপালি | ৰাজা চন্দ | জি৫ মুক্তি | ||
| শুভ বিজয়া | আদিত্য | ৰোহন সেন | ||
| ২০২৩ | ডক্টৰ বক্সী | আদিত্য | সপ্তস্ব বসু | |
| ডাল বাটি চুৰমা চচ্চড়ি | আনন্দ সিং চৌহান | হৰনাথ চক্ৰৱৰ্তী | লগতে প্ৰযোজক | |
| আৰ্চিৰ গেলেৰী | আৰ্চি | প্ৰমিতা ভট্টাচাৰ্য | ||
| পাকদণ্ডী | ৰোহন সেন | |||
| সব কৰো প্ৰেম কৰো না | ৰনি | দেৱৰাজ সিনহা | ||
| ২০২৪ | অহল্যা | অভিমন্যু মুখাৰ্জী | ||
| আয়ুৰেখা | ৰাজদ্বীপ ঘোষ | |||
| ৰবিন্স কিচেন | ৰবিন | বাপ্পা | ||
| ২০২৫ | আজিৰা ৰেবতী৮ | সুবোধ | ওড়িয়া চলচ্চিত্ৰ | |
| অসীম আক্তাৰ | ||||
| ড° কৃষ্ণেন্দু চেটাৰ্জী | ||||
| ইন্দ্ৰদীপ দাশগুপ্ত | ||||
| আতিউল ইছলাম | ||||
| এণ্টনি জেন |
তথ্যসূত্ৰ
- ↑ (2023-03-15). Bonny Sengupta: ‘আমি ইণ্ডাষ্ট্ৰিৰ লিডিং হিৰো’, বনিৰ মন্তব্য ঘিৰে নেটপাড়ায় কটাক্ষেৰ ঝড়... Zee24Ghanta.com
- ↑ Prosenjit reveals a special bond with Borbaad hero Bonny in a t2 chat
- ↑ Bonny Sengupta On BookMyShow. BookMyShow
- ↑ Healthy flirting is good for the mind and soul: Bonny. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Bonny and Ritwika keeping their fingers crossed before the release of Borbaad
- ↑ (4 March 2018). Here is a new song from 'Raja Rani Raji' after 'Boroloker Bitilo'. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ It's a wrap for Sudeshna-Abhijit's rom-com. Times Of India
- ↑ m.imdb.com/title/tt33384091/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনি সেনগুপ্ত” প্ৰবন্ধৰ সংশোধন ৫৬৯০৯৭ (১১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।