অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পৰুৱা

পৰুৱা ফৰ্মিচিডে পৰিয়ালৰ এটি পতংগ যিয়ে গোট বনাই থাকে। মতা পৰুৱাৰ পাখি থাকে।

হালনাগাদ: ২৪ মে’ ২০২০ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পৰুৱা ফৰ্মিচিডে পৰিয়ালৰ এটি পতংগ যিয়ে গোট বনাই থাকে। মতা পৰুৱাৰ পাখি (শ্ৰব্য এলবাম) থাকে।১

জীৱন আৰু প্ৰজনন

পৰুৱাৰ জীৱন এটি কণীৰ পৰা আৰম্ভ হয়। যদি কণীটো নিষেচিত হয়, পৰুৱা মাইকী হ'ব, নহ'লে মতা। পৰুৱাৰ জীৱনত ৪টা ভাগ থাকে। পৰুৱা সম্পূৰ্ণ ৰূপে ৰূপান্তৰ হয়। ভাগ কেইটা পলু, লেটা আদি। পৰুৱাটোৰ বৰ্গ পলু অৱস্থাতেই নিৰ্ণয় হয়। মাথোঁ ৰাণী আৰু প্ৰজননক্ষম মাইকীয়েহে যৌন সম্পৰ্ক কৰিব পাৰে। কিছু বাহত এজনীতকৈ অধিক ৰাণী থাকে।২

খাদ্য

বেলেগ বেলেগ প্ৰজাতিৰ খাদ্য অভ্যাস বেলেগ বেলেগ। পৰুৱা মাংসভোজী, তৃণভোজী বা সৰ্বভোজী হ'ব পাৰে। সাধাৰণতে পৰুৱাই ফুলৰ ৰস, কীট-পতংগ আদি খায়। কিছু পৰুৱাই গোটি খায়, কিছুৱে ভেকুৰ আদি খায়।৩

তথ্যসূত্ৰ

  1. ↑ www.thefreedictionary.com/ant
  2. ↑ www.animalcorner.co.uk/insects/ants/ant_reproduc
  3. ↑ www.infoplease.com/encyclopedia/science/ant-feed

সম্পৰ্কিত শ্ৰেণী

পতংগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰুৱা” প্ৰবন্ধৰ সংশোধন ২৩১০৮৬ (২৪ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।