অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পৰমজিৎ কৌৰ গুলছন

পৰমজিৎ কৌৰ গুলশন (Paramjit Kaur Gulshan, জন্ম-৪ জানুৱাৰী ১৯৪৯) ফৰিদকোটক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন সাংসদ আৰু শিৰোমণি আকালি দল (সংযুক্ত)ৰ সদস্য। চতুৰ্দশ লোকসভাত তেওঁ বাথিন্দাক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৫ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

পৰমজিৎ কৌৰ গুলশন (Paramjit Kaur Gulshan, জন্ম-৪ জানুৱাৰী ১৯৪৯) ফৰিদকোটক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন সাংসদ আৰু শিৰোমণি আকালি দল (সংযুক্ত)ৰ সদস্য। চতুৰ্দশ লোকসভাত তেওঁ বাথিন্দাক প্ৰতিনিধিত্ব কৰিছিল।১

প্ৰাৰম্ভিক জীৱন

পৰমজিৎ কৌৰে ১৯৪৯ চনত পঞ্জাবৰ বাথিণ্ডা জিলাৰ আকালি জালালত জন্মগ্ৰহণ কৰে৷ তেওঁ ১৯৭৮ চনত নিৰ্মল সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ নিৰ্মল সিঙে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ বৰ্তমান পঞ্জাৱৰ বাছি পাথানা বিধানসভাৰ সদস্য৷১ পৰমজিৎ কৌৰে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা এম এ ডিগ্ৰী লাভ কৰে৷ পৰৱৰ্তী সময়ত তেওঁ গুৰু নানক দেৱ বিশ্ববিদ্যালয়ৰ পৰা বি এড ডিগ্ৰী লাভ কৰে।

ৰাজনৈতিক জীৱন

পৰমজিৎ কৌৰে ২০০৪ চনত বাথিন্দা লোকসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি সদনলৈ নিৰ্বাচিত হয়৷ ইয়াৰ পিছত ২০০৯ চনত তেওঁ ফৰিদকোটৰ পৰা সদনলৈ নিৰ্বাচিত হয় আৰু ২০১৪ চনলৈকে সদনত থাকে৷

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ "Detailed Profile". Government of India. Retrieved 2011-01-11. india.gov.in/govt/loksabhampbiodata.php?mpcode=4

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰমজিৎ কৌৰ গুলছন” প্ৰবন্ধৰ সংশোধন ৪৭৫৬৩৮ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।