অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

প্ৰশান্ত মহাসাগৰ

প্ৰশান্ত মহাসাগৰ (Pacific Ocean; Mare Pacificu) হৈছে পৃথিৱীৰ বৃহত্তম মহাসাগৰ। ই দক্ষিণে এণ্টাৰ্কটিকা পৰ্যন্ত বিস্তৃত; পশ্চিমে এছিয়া আৰু অষ্ট্ৰেলিয়া আৱৰা; আৰু ইয়াৰ পূবত আছে দুই আমেৰিকা মহাদেশ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৮০ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

প্ৰশান্ত মহাসাগৰ (Pacific Ocean; Mare Pacificu) হৈছে পৃথিৱীৰ বৃহত্তম মহাসাগৰ। ই দক্ষিণে এণ্টাৰ্কটিকা পৰ্যন্ত বিস্তৃত; পশ্চিমে এছিয়া আৰু অষ্ট্ৰেলিয়া আৱৰা; আৰু ইয়াৰ পূবত আছে দুই আমেৰিকা মহাদেশ। প্ৰশান্ত মহাসাগৰ আয়তন ১৬৫.২ মিলিয়ন বৰ্গকিলোমিটাৰ (৬৪.১ মিলিয়ন বৰ্গমাইল), যি পৃথিৱী পৃষ্ঠৰ প্ৰায় ৩২%, সমস্ত জলভাগৰ ৪৬%। এয়া পৃথিৱীৰ সমস্ত ভূ-ভাগৰ আয়তনতকৈ অধিক।১

বিষুৱ ৰেখাই প্ৰশান্ত মহাসাগৰক দুভাগত বিভক্ত কৰিছে: উত্তৰে উত্তৰ প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণে দক্ষিণ প্ৰশান্ত মহাসাগৰ।২

কাষৰীয়া দেশ আৰু অন্যান্য অঞ্চলসমূহ

দেশসমূহ

  • 1
  • (Alaska, Washington, Oregon, California, Hawaii)

1 The status of Taiwan is disputed. For more information, see Political status of Taiwan.

অন্যান্য অঞ্চল

  • Baker Island (USA)
  • (New Zealand)
  • Coral Sea Islands (Australia)
  • (Chile)
  • (France)
  • (USA)
  • (China)
  • Howland Island (USA)
  • Jarvis Island (USA)
  • Johnston Island (USA)
  • Kingman Reef (USA)
  • Midway Atoll (USA)
  • (Australia)
  • Palmyra Atoll (USA)
  • (UK)
  • Wake Island (USA)

সাগৰীয় দ্বীপসমূহ

প্ৰশান্ত মহাসাগৰৰ সীমাৰ ভিতৰত সম্পূৰ্ণকৈ অন্তৰ্ভুক্ত হোৱা দ্বীপসমূহক তিনিটা মূল গোটত ভাগ কৰিব পাৰি- মাইক্ৰ’নেছিয়া (Micronesia), মেলানেছিয়া ( Melanesia) আৰু পলিনেছিয়া (Polynesia)। মাইক্ৰনেছিয়া বিষুৱৰ উত্তৰে আৰু ইণ্টাৰনেশ্যনেল ডেট লাইন ( International Date Line) পশ্চিমে অৱস্থিত। ইয়াত মাৰিয়ানা দ্বীপপূঞ্জ ( Mariana Islands), কেৰ’লিন দ্বীপপূঞ্জ (Caroline Islands) আৰু মাৰ্শেল দ্বীপপূঞ্জ (Marshall Islands) অৱস্থিত।৩৪

মেলানেছিয়াৰ ভিতৰত গ্ৰিণলেণ্ডৰ পিছতে বিশ্বৰ সৰ্ববৃহৎ দ্বীপ নিউগিনি (New Guinea) অৱস্থিত। মেলানেছিয়া গোটত থকা অন্যান্য উল্লেখযোগ্য দ্বীপবোৰ হৈছে- বিছমাৰ্ক (Bismarck Archipelago), চ’ল’ম’ন দ্বীপপূঞ্জ (Solomon Islands), ছাণ্টা ক্ৰুজ (Santa Cruz), ভানুৱাটো (Vanuatu), ফিজি (Fiji) and নিউ কেলিড’নিয়া (New Caledonia)।৫

আটাইতকৈ বৃহৎ দ্বীপৰ সমষ্টি পলিনেছিয়া উত্তৰে হাৱাইৰ পৰা নিউজিলেণ্ডলৈকে বিস্তৃত হৈ আছে।৬

প্ৰশান্ত মহাসাগৰৰ দ্বীপসমূহ মূলত: চাৰিপ্ৰকাৰৰ - continental islands, high islands, coral reefs আৰু uplifted coral platforms৭৮৯

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Pacific Ocean". Encyclopædia Britannica. 2006. Chicago: Encyclopædia Britannica, Inc
  2. ↑ International Hydrographic Organization. (1953). Limits of Oceans and Seas, 3rd edition. International Hydrographic Organization
  3. ↑ (1997). Academic American encyclopedia. Grolier Incorporated. পৃ. 8. ISBN 978-0-7172-2068-7
  4. ↑ Lal, Brij Vilash; Fortune, Kate. (2000). The Pacific Islands: An Encyclopedia. University of Hawaii Press. পৃ. 63–. ISBN 978-0-8248-2265-1
  5. ↑ West, Barbara A. (2009). Encyclopedia of the Peoples of Asia and Oceania. Infobase Publishing. পৃ. 521–. ISBN 978-1-4381-1913-7
  6. ↑ Dunford, Betty; Ridgell, Reilly. (1996). Pacific Neighbors: The Islands of Micronesia, Melanesia, and Polynesia. Bess Press. পৃ. 125–. ISBN 978-1-57306-022-6
  7. ↑ Gillespie, Rosemary G.; Clague, David A. (2009). Encyclopedia of Islands. University of California Press. পৃ. 706. ISBN 978-0-520-25649-1
  8. ↑ "Coral island", Encyclopædia Britannica. Retrieved 22 June 2013
  9. ↑ "Nauru", Charting the Pacific. Retrieved 22 June 2013

সম্পৰ্কিত শ্ৰেণী

মহাসাগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰশান্ত মহাসাগৰ” প্ৰবন্ধৰ সংশোধন ৬৩২৪৪৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।