পাকীজা১ (ইংৰাজী ভাষা: Pakeeza) হ'ল ২০১৩ চনত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ এখন হিন্দী ভাষা শ্ৰব্য এলবাম।
গীতসমূহৰ তালিকা
| ক্ৰমিক নং | গীতসমূহ | কণ্ঠশিল্পী | দৈৰ্ঘ্য |
|---|---|---|---|
| ১ | পাকীজা | জুবিন গাৰ্গ | ৫:০৪ |
| ২ | পিয়া | ৪:১৭ | |
| ৩ | আই কেন লিভ ফৰ য়ু | ৩:৫৯ | |
| ৪ | কফুৰ | ৫:১৫ | |
| ৫ | কেহকাশা | ৩:৫৭ | |
| ৬ | পিয়া মোৰে | ৪:৪০ | |
| ৭ | চলতে চলো ৰে | ৪:০০ | |
| ৮ | ৰামা | ৩:৪৮ |
তথ্যসূত্ৰ
- (28 April 2013). Zubeen Garg’s latest Hindi Album. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- Hazarika, Koushik. (14 April 2013). Pakeeza: Zubeen Garg's new album released. Assam Times
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাকীজা (শ্ৰব্য এলবাম)” প্ৰবন্ধৰ সংশোধন ৫৩০৩৪৯ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।