পশতু ভাষা (پښتو) ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ এটা পূব ইৰাণী ভাষা।১ ঐতিহাসিক পাৰ্চী সাহিত্যত ইয়াক আফগানী নামেৰে জনা যায়।
উপভাষা
পশতু উপভাষাসমূহক দুটা ভাগত ভাগ কৰা হয়, পশতু "কোমল" দক্ষিণ গোট আৰু পশতু "কঠিন" উত্তৰ গোট। প্ৰতিটো গোটক আৰু কেইবাটাও উপভাষাত বিভক্ত কৰা হৈছে। তাৰিনোৰ দক্ষিণ উপভাষাটোৱেই হৈছে আটাইতকৈ স্বকীয় পশতু উপভাষা।
তথ্যসূত্ৰ
- ↑ (6 April 2010). Concise Encyclopedia of Languages of the World. Elsevier. পৃ. 845–. ISBN 978-0-08-087775-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশতু ভাষা” প্ৰবন্ধৰ সংশোধন ৫২৯৫৩৮ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।