পদ্ম হাজৰিকা (Padma Hazarika)অসমৰ বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী ৰাজনৈতিক নেতা আৰু নদুৱাৰ সমষ্টিৰ বিধায়ক। তেওঁ ১৯৯৬, ২০০৬, ২০১১, আৰু ২০১৬ চনত অসম বিধানসভাৰ নিৰ্বাচনত শোণিতপুৰ জিলা জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়।১২৩৪ পূৰ্বে তেওঁ অসম গণ পৰিষদ দলৰ সদস্য আছিল আৰু এই দলৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল।৫
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্ম হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৫৭১০৬৭ (২৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।