অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পত্ৰ-সাহিত্যৰ সুবাস

পত্ৰ-সাহিত্যৰ সুবাস উপেন্দ্ৰ বৰকটকী লিখিত এখন গ্ৰন্থ। গ্ৰন্থখনত অসমৰ কেইবাগৰাকীমান নমস্য ব্যক্তিয়ে উপেন্দ্ৰ বৰকটকীলৈ লিখা চিঠি আৰু বহুকেইজন বৰেণ্য ব্যক্তিয়ে অন্য কোনো ব্যক্তিলৈ লিখা চিঠি সংকলিত হৈছে।

হালনাগাদ: ২১ মে’ ২০২০ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

পত্ৰ-সাহিত্যৰ সুবাস উপেন্দ্ৰ বৰকটকী লিখিত এখন গ্ৰন্থ। গ্ৰন্থখনত অসমৰ কেইবাগৰাকীমান নমস্য ব্যক্তিয়ে উপেন্দ্ৰ বৰকটকীলৈ লিখা চিঠি আৰু বহুকেইজন বৰেণ্য ব্যক্তিয়ে অন্য কোনো ব্যক্তিলৈ লিখা চিঠি সংকলিত হৈছে। লগতে চিঠিবোৰত প্ৰকাশ পোৱা ব্যক্তিগত জীৱন কাহিনী আৰু চিঠিৰ মাজেৰে প্ৰতিফলিত অসমৰ সমাজ জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কে আলোকপাত কৰা হৈছে। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ২০১১ চনত। প্ৰকাশক চন্দ্ৰ প্ৰকাশ। মুঠ পৃষ্ঠা সংখ্যা-১৬৭

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পত্ৰ-সাহিত্যৰ সুবাস” প্ৰবন্ধৰ সংশোধন ২৩০০৩৫ (২১ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।